ফকৰা-যোজনা ফাকিৰ ব্যাখ্যা জানো আহক। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 16, 2020

ফকৰা-যোজনা ফাকিৰ ব্যাখ্যা জানো আহক।

 

প্ৰকৃত মৰম চেনেহৰ ক্ষেত্ৰত পেহী,মাহী বা আন কোনো আত্মীয় যেনেদৰে নিজ মাতৃৰ সমান হব নোৱাৰে।ঠিক তেনেদৰেই পেটৰ ভোকৰ সময়ত পিঠা,জলপান,মিঠাই আদি যিমানেই মুখৰোচক নহওক কিয়,সি কেতিয়াও ভাতৰ সমান উপাদেয় হব নোৱাৰে।


বিঃদ্ৰঃ অসমীয়া সমাজত অতিজৰে পৰা চলি অহা অসমীয়া ভাষাৰ অলংকাৰস্বৰূপ এই ফকৰা-যোজনা বৰ্তমান বিলুপ্তিৰ পথত।আজিৰ নৱপ্ৰজন্মই যাতে আমাৰ এই চহকী ভাষা-সাহিত্যক কিছু পৰিমানে হলেও বুজি উঠক।সেই উদ্দেশ্যেৰেই এইয়া আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages