গুৱাহাটীৰ বননিত আপোনা আপুনি "ঔঁ" আকৃতি উদ্ভব: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 19, 2020

গুৱাহাটীৰ বননিত আপোনা আপুনি "ঔঁ" আকৃতি উদ্ভব:


 
গুৱাহাটী ভি আই পি ৰ'ডৰ এডোখৰ পৰিত্যক্ত ভূমিৰ বননিত আপোনা আপুনি "ঔঁ" আকৃতি উদ্ভব হোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলবাসী ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে।বননি খনৰ নিৰ্দিষ্ট  কিছুমান খাঁহ-বন বাঢ়ি আহি ক্ৰমাৎ "ঔঁ" লোৱা দেখিবলৈ পোৱা গৈছে। 

"প্ৰথিৱী গ্ৰীন" নামৰ এটা বিশাল এপাৰ্টমেণ্ট কাষত প্ৰায় তিনি দিন পূৰ্বৰে পৰা দেখিবলৈ পোৱা গৈছে এই বিৰল দৃশ্য।
যিহেতু "ঔঁ" শব্দটো হিন্দু ধৰ্মৰ এক পবিত্ৰ শব্দ,সেয়ে বিভিন্ন জনে এইয়া এক আলৌকিক ঘটনা বুলি মন্তব্য আগ বঢ়াইছে আৰু উক্ত ঠাই ডোখৰত সেৱা সৎকাৰো কৰিছে। সেই ঠাইত পূৰ্বে হয়টো শিৱ মন্দিল বুলিও একাংশই মন্তব্য আগ বঢ়াইছে।অৱশ্যে এই ঘটনা প্ৰকৃততে আলৌকিক নে কোনো বিজ্ঞানৰ পৰিঘটনা সেয়া কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই।

No comments:

Post a Comment

Advertisement

Pages