ৰাজ্যত পশুধনৰ অবৈধ বেহা: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 19, 2020

ৰাজ্যত পশুধনৰ অবৈধ বেহা:

 


আজি পুৱা ৪.৩০ বজাত শোণিতপুৰ জিলাৰ খনামুখত অবৈধ  ভাবে কঢ়িয়াই নিয়া ৩০টা গৰু সহ এখন ট্ৰাক জব্দ কৰে চাৰিদুৱাৰ আৰক্ষীয়ে।ধেমাজিৰ পৰা নগাওঁ অভিমুখে গৈ থকা অৱস্থান জব্দ কৰা ট্ৰাক খনৰ পঞ্জিয়ন নং হৈছে AS01 FC 0977।
ট্ৰাক চালক জনৈক হক আৰু সহায়ক জনৈক আহমেদক আতক কৰিছে আৰক্ষীয়ে।ইফালে এটা গৰুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।উদ্ধাৰ হোৱা গৰু সমূহ বিশ্বনাথ চাৰি আলিৰ গংগা গোশালালৈ সংৰক্ষণ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আইন মতে গৰু বা আন যিকোনো জীৱিত পশু বাহনত কঢ়িয়াই নিবৰ বাবে প্ৰতিখন গাড়ীৰ বিশেষ ব্যৱস্থা তথা অনুজ্ঞাপত্ৰ থাকিব লাগে।কিন্তু একাংশ অসাধু চক্ৰই অনায়সে এনেদৰেই এই আইন উলংঘা কৰি আহিছে ।

No comments:

Post a Comment

Advertisement

Pages