নাৰীক কিয় সদাই মৰম আৰু সন্মান কৰিব লাগে ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 20, 2020

নাৰীক কিয় সদাই মৰম আৰু সন্মান কৰিব লাগে ?

 

মহাভাৰতৰ অনুসাশন পৰ্বত

ধৰ্মৰাজ যুধিষ্ঠিৰ'ক উপদেশ দিছিল-

শৰশয্যাত পৰি থকা-গংগাপুত্ৰ ভীষ্মই....!! 


 কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হৈ.. 

জেষ্ঠ্য পাণ্ডৱ-'ধৰ্মৰাজ যুধিষ্ঠিৰ' হষ্ঠিনাপুৰৰ

সিংহাসনত বহাৰ পূৰ্বে

 ভগৱান শ্রী কৃষ্ণৰ পৰামৰ্শতে-শৰশয্যাত পৰি থকা

ৰাজনীতিত মহানিপুন- মহাজ্ঞানী-ভীষ্মৰ আৰ্শীবাদ

  আৰু দিহা পৰামৰ্শ লবলৈ যাওঁতে-


ভীষ্মই হস্তিনাপুৰৰ নতুন ৰজা-যুধিষ্ঠিৰক

নিজ অভিজ্ঞতাৰ পৰা-বিভিন্ন বিষয়ত বহুত মূল্যবান পৰামৰ্শ দিছিল.. । 


কিন্তু নাৰীসকলৰ বিষয়ে ভীষ্মই কি কৈছিল...!!! 


 গংগাপুত্ৰ ভীষ্মৰ মতে=


১/মহিলাক কেতিয়াও অনাদৰ কৰিব নেলাগে.. 

২) অসন্তুষ্ট.., অৱহেলিত-প্ৰতাৰিত-নাৰীয়ে দিয়া

অভিশাপ ভয়ংকৰ..। 

৩/যি ঘৰত স্ত্রীক আদৰ কৰা হয়.., 

  সেই ঘৰত দেৱতাই বাস কৰে..। 

৪) স্ত্রী হৈছে-ঘৰৰ লখিমী.. 

৫/পুত্ৰবধো(বোৱাৰীক) নিজৰ কন্যা (ছোৱালীৰ) 

  দৰে গণ্য কৰিব লাগে।। 

৬) স্ত্রী ৰ ওপৰত কেতিয়াও-হাত উঠাব

(মাৰ পিত) কৰিব নেলাগে..।।(কথাখিনি সংগ্রহিত)

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages