আজিৰ ৰাশিফলে - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 20, 2020

আজিৰ ৰাশিফলে

  

 
শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                        ৩০ আঘোণ ,বুধবাৰ,ইং ১৬ডিচেম্বৰ ২০২০। 
সূৰ্য্যোদয় ঘ:৬/৮/১১সূৰ্য্যাস্ত ঘ:৪/৩০/৪১ 

ৰাশি -  ধনু ৰাশি।ৰা:ঘ:- ১/৪৮/৪৩ যোৱাত মকৰ ৰাশি।
তিথি - শুক্লা দ্বিতীয়া। স:ঘ:- ৪/৫৪/২১ লৈ।
নক্ষত্ৰ  - পূৰ্ব্বষাঢ়া ।ৰা:ঘ: ৮/৪/৪৮ লৈ।
আদ্যঋতু হলে - প্ৰতিহীনা যোগ।
যাত্ৰা :- উত্তৰ দিশত নাই । স:ঘ:৪/৫৪ /২১ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত  । স:ঘ:৪/৫৪ /২১ যোৱাত অগ্নি কোনত ।
মৰণত দোষ:- এপদ।স:ঘ:- ৪/৫৪/২১ যোৱাত নাই।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ । স:ঘ:- ৪/৫৪/২১ যোৱাত পটল খোৱা নিষেধ।/div>

মেষ

১. মেষ ৰাশি - জাতক জাতিকা  সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ বাঢ়িব, শত্ৰু জয় হব, যদিও কৰ্মত সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায় ।



বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভোগ বিলাস বাঢ়িব, কৰ্মত সুযোগ লাভ হব যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ ,প্ৰিয়জনৰ আগমন হব পাৰে, কৰ্মত শুভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়‌।

কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হব, কৰ্ম ব্যস্ততা বাঢ়িব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনৰ আশা পুৰণ হব, আমোদ প্ৰমোদ বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সন্মান হানি হোৱাৰ যোগ দেখা যায়।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত আদৰ্শৱাদী মনোভাৱ বাঢ়িব,  যদিও কৰ্মত।সজাগ নহলে বন্ধু তথা আত্মীয়ৰ লগত  মনোমালিন্য হব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত মধ্যম, সামাজিক সন্মান বাঢ়িব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটো কৰ্মত উন্নতি।হব, কৰ্মত সুযোগ লাভ হব যদিও সামান্য মানসিক ক্লেষ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বিবাদ নিস্পত্তি হব পাৰে, কৰ্মত শুভ হব, যদিও শৰীৰত সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত শিল্পী সকলৰ শুভ হব, সন্মান লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য বিৰোধিতা সন্মুখীন হোৱাৰ যোগ দেখা যায়। 


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, অৰ্থ আগমন হব পাৰে, যদিও সজাগ নহলে  কৰ্মত সমান্য জতিলতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205


বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages