আজি অসমত উপস্থিত হব অমিত শ্বাহ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 25, 2020

আজি অসমত উপস্থিত হব অমিত শ্বাহ


 আৰু কিছু সময়ৰে পিছতে অসমত উপস্থিত হব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ
গৃহমন্ত্ৰী গৰাকীক আদৰিবলৈ এতিয়া পথত এনেদৰে সাজি কাছি ৰৈ আছে বিভিন্ন কলা কুশলি, প্ৰায় ১০ হাজাৰ বন্তি জ্বলোৱা হ’ব গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ।আমিনগাঁৱৰ PWD বাংলোত আজি নিশা কটাব গৃহমন্ত্ৰী অমিত শ্বাহে।আৰু কাইলৈ দিনৰ ১ বজাত কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত উপস্থিত থাকি বহু কেইটা আঁচনি উদ্বোধন কৰিব অমিত শ্বাহে।



অমিত শ্বাহে উদ্বোধন কৰিব লগা আঁচনি সমূহ - 


* আঢ়ৈ লাখ টকাকৈ প্ৰদান কৰিব ৰাজ্যৰ ৮ হাজাৰ নামঘৰক।


* অসম দৰ্শন আচনিৰ অধীনত ১৩শ খন ধৰ্মীয় স্থানক সাহায্য প্ৰদান।


* অসম মালাৰ আঁচনিৰ অধীনত  প্ৰায় ২২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা নগাঁৱৰ পৰা বটদ্ৰোৱালৈ চাৰিলেন যুক্ত পথৰ আধাৰশিলা।  এই পথ।


* গুৱাহাটী স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন।


* ৰাজ্যত ১১ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণৰ লক্ষ্য। কাইলৈ ইয়াৰে ১০ খন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।


No comments:

Post a Comment

Advertisement

Pages