সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 26, 2020

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক


 কলিত হৰিৰ কীৰ্তন এৰিয়া

   আনমতে চাহে গতি ৷

যেন কুলবধু নিজ স্বামী তেজি

   ভজে গৈয়া উপপতি ৷৷


  কলিত কৃষ্ণৰ চৰণত শৰণ লৈ তেওঁৰ নাম কীৰ্তন এৰি অন্য উপায়ে গতি পোৱাৰ চেষ্টা কৰা লোকক ব্যভিচাৰী নাৰীৰ লগত তুলনা কৰিছে ৷

   কলিত কৃষ্ণৰ চৰণত শৰণ লৈ তেওঁৰ নাম গুণ কীৰ্তন কৰিলে পাপমতি মনুষ্যৰ অনাদি জন্মৰ পাপ সকলো নাশ হয় ৷ মহাপূণ্য উদয় হয় ৷ মহাসুখে মুক্তি লাভ কৰে ৷ তথাপি কলিত যিজনে নাম কীৰ্তন নকৰি বেদ বিহিত বিধি কিঙ্কৰ ধৰ্ম্ম আচৰণ কৰে ৷ সিজনে ব্যভিচাৰী হয় ৷ কলিত একমাত্ৰ ত্ৰাণকৰ্তা বুলি কৃষ্ণৰ চৰণত শৰণ লৈ ক্ষুদ্ৰ দেৱতাক ভজা লোকক দুষ্ট ব্যভিচাৰী উপপতি ভজা নাৰীৰ সৈতে তুলনা কৰিছে ৷৷


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages