বিউটি পাৰ্লাৰ নগৈ ঘৰতে কৰক এই সমস্যাৰ প্ৰতিকাৰ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 26, 2020

বিউটি পাৰ্লাৰ নগৈ ঘৰতে কৰক এই সমস্যাৰ প্ৰতিকাৰ:


 যিসকল মহিলাৰ এই সমস্যাটো হৈছে , অৰ্থাৎ ওঁঠৰ ওপৰৰ নোম বিলাক  বাঢ়ি মোচৰ নিচিনা হৈ গৈছে , তেওঁলোকে  বিউটি পাৰ্লাৰ গৈ টকা খৰচ কৰিব নালাগে ।।। 


1 চামুচ বেচন , 1 চামুচ মৈদা , 1 চামুচ মৌ আৰু এক চামুচ গোল নেমুৰ ৰস  লৈ ভালকৈ মিহলাওক । 


এইখিনি  মুখত ঘঁহক আৰু শুকাব দিয়ক ।। 


শুকাই গলে হাতেৰে মোহাৰি মোহাৰি  গুচাই দিব ।। 


এনেকৈ সপ্তাহত দুই দিন কৰিব ।।  


নোম গজাও বন্ধ হব আৰু গজা বিলাকো গুচি যাব - আচাৰ্য পংকজ পাঠক


সৌন্দৰ্য্য সন্দৰ্ভত আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.ৰূপচৰ্চা.in


বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages