মেঘ ৰাশি (অ ,আ,ল ) :চাকৰিয়াল সকলৰ দিনটোত দায়িত্ব বাঢ়িব । ধন লাভ হব পাৰে ।শত্ৰুৱে ক্ষতি কৰিব পাৰে ।ব্যৱসায় -বাণিজ্যত উন্নতি । অসৎ বন্ধুৰ লগ ত্যাগ কৰিব ।দুচকীয়া বাহন ক্ৰয় ।বিদ্যাত মধ্যম ।
বৃষ ৰাশি ( ব, ই,উ ) : শৰীৰ প্ৰতি যতন লব ।যান বাহনৰ পৰা দিনটোত সতৰ্ক হৈ চলক ।সন্তানৰ ক্ষেত্ৰত ভালেই । বিবাহৰ যোগ দেখা যায় ।বিদ্যাত শুভ ।
মিথুন ৰাশি (ক,ছ, ঘ): নতুন কৰ্মত যোগাযোগ হব ।ব্যৱসায়ত মন দিয়ক । মন স্থিৰ কৰক । ভাতৃৰ লগত বিবাদ হব পাৰে ।বিদ্যাত ইমান ভাল নহয় ।
কৰ্কট ৰাশি (ড, হ): গৃহত সুখ ।দিনটোত বন্ধুক বিশ্বাসত নলব ।পিতৃ- মাতৃৰ অসুস্থতা বাবে চিন্তা থাকিব । বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত মধ্যম ।যান বাহনৰ পৰা সাৱধান ।
সিংহ ৰাশি (ম,ট) :মন অশান্তি । শৰীৰ ইমান বেয়া নাযাব ।পাৰিবাৰিক আশান্তিত ভুগিব লগা হব পাৰে । আত্মীয় লোকৰ পৰা বিচ্ছেদ হব লগা হব পাৰে । পুত্ৰ বাবে চিন্তা ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত শুভ ।
কন্যা ৰাশি (প,ঠ) : ব্যয়সায়ত লাভ । শৰীৰ ইমান ভালে নাযাব ।ব্যৱসায় বাণিজ্য কৰা সকলৰ বাবে দিনটো শুভ দেখা যায় ।বিদ্যাৰ্থীৰ সকলৰ বিদ্যা ক্ষেত্ৰত শুভ ।
তুলা ৰাশি (ৰ,ত) : সম্পদ লাভ । মাতৃৰ শৰীৰ প্ৰতি যত্ন লওঁক । ব্যৱসায় কৰা সকলৰ ভালেই । প্ৰেমত শুভ । বিদ্যাৰ্থীৰ সকলে পঢ়াত মন দিয়ক ।
বৃশ্চিক ৰাশি (ন,য): আনৰ সহায় পাব পাৰে । গৃহত প্রিয় বন্ধু আগমন ঘটিব ।
দিনটোত বিপদৰ পৰা মুক্তি পাব ।ব্যৱসায়ত ভাল । বিদ্যাৰ্থীৰ সকলৰ বাবে পঢ়াত ভালেই ।
ধনু ৰাশি(ধ, ফ,ভ): দিনটোত হতাশাত ভুগিব পাৰে ।শৰীৰ প্ৰতি যতন লব । প্ৰেমত মধ্যম ।ব্যৱসায়ত মন দিয়ক lবিদ্যাৰ্থীৰ সকলৰ বাবে ইমান বেয়া নহয় ।
মকৰ ৰাশি (জ,খ): দিনটোত প্ৰতাৰিত হব পাৰে । শৰীৰ প্ৰতি যতন লওঁক । মানসিক অশান্তি । পুৰণি বেমাৰে শৰীৰত দেখা দিব ডাক্তৰৰ পৰামৰ্শ লওঁক।সন্তানৰ চিন্তা ।বিদ্যাত শুভ ।
কুম্ভ ৰাশি ( গ,স,শ) : পুত্ৰ বাবে মনত আনন্দৰ পাব । সমাজত সন্মান হানি হব পাৰে ।কৰ্মত মন দিয়ক ।
মানসিক চিন্তা ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত ইমান বেয়া নহয় ।
মীন ৰাশি (দ, চ) : পৰিৱৰ্তন । কোনো ঝামেলাত জড়িত নোহোৱাই ভাল ।স্বাস্থ্যৰ প্ৰতি যতন লওঁক । ব্যাসায়ত শুভ ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত মধ্যম।
No comments:
Post a Comment