তিতাবৰ মেলামাটিত উলহ মালহেৰে ষঠ পূজা উদযাপন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 20, 2020

তিতাবৰ মেলামাটিত উলহ মালহেৰে ষঠ পূজা উদযাপন

বিগত বৰ্ষৰ দৰে এইবাৰো তিতাবৰ মহকুমাৰ মেলামাটিৰ চৰাইপানী নদীৰ পাৰত উলহ মালহেৰে ষঠ পূজাৰ আয়োজন কৰা হয়।


ষঠ পূজাৰ ৰীতি অনুসৰি উপস্থিত শ্ৰদ্ধালো সকলে নদীৰ পাৰত ফল-মূল ইত্যাদি নৈবদ্য আগ বঢ়াই আৰু নদীৰ পানীত অৰ্ধ ডুব গৈ সূৰ্য্য দেৱতাক পূজা কৰে।


আৰু এই পূজা কালিলৈ পুৱা সূৰ্য্য উদয় হোৱাৰ পিছতহে অন্ত পৰিব।


পুৱাৰ ভাগটো পূজা স্থলীত যথেষ্ট সংখ্যক শ্ৰদ্ধালোৰ উপস্থিত হোৱাৰ সম্ভাৱনা আছে।



No comments:

Post a Comment

Advertisement

Pages