শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ৫ আঘোণ , শনিবাৰ,ইং ২১নৱেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৫/৪৮/৩৮সূৰ্য্যাস্ত ঘ:৪/২৫/২৪
ৰাশি - মকৰ ৰাশি।ৰা:ঘ:- ২/৫৫/২৬ যোৱাত কুম্ভ ৰাশি।
তিথি - শুক্লা সপ্তমী । ৰা: ঘ:- ১/৪১/৯ লৈ।
নক্ষত্ৰ - শ্ৰৱণা ,দি:ঘ:২/৩৩ /৫৭ লৈ।
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা :- বাযু কোনত নাই । ৰা:ঘ: ১/৪১/৯ যোৱাত ঈশান কোনত নাই ।
যোগিনী :- বাযু কোনত । ৰা:ঘ: ১/৪১/৯ যোৱাত ঈশান কোনত ।
মৰণত দোষ:- দুই পাদ,। ৰ:ঘ:- ১/৪১/ ৯ যোৱাত এপদ,
ভক্ষাভক্ষ্য :- তাল , ৰা:ঘ: ১/৪১/৯ যোৱাত নাৰিকল তেল,মাছ মাংস খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্য ৰ উন্নতি হব, যদিও সজাগ নহলে মিছ অপৱাদ পোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে মিচা আপৱাদ পোৱা যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে সু:সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, কৰ্মত নতুনকৈ আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব , ভ্ৰমনৰ সুযোগ লাভ কৰিব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ চিন্তা কমিব, প্ৰেম আৰু কৰ্মত শুভ , যদিও সজাগ নহলে শৰীৰত সামন্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব, যাত্ৰাত শুভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পৰিশ্ৰম বাঢ়িব, পাৰিবাৰিক তথা গৃহ কন্দল বাঢ়িব পাৰে, লগতে আজিৰ দিনটো সজাগ হোৱা ভাল।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে ক্ষতি হব পাৰে, মনত সামান্য ভয় ভাৱ বাঢ়িব, যদিও শিল্পী সকলৰ কৰ্মত শুভ হোৱা দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পৰিশ্ৰম বাঢ়িব পাৰে, কৰ্ম স্থান পৰিবৰ্তন হব পাৰে, লগতে আজি চোৰৰ পৰা সাৱধান হব।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
No comments:
Post a Comment