আজীৱন কিডনী ভালে ৰাখিবলৈ আপুনি কি কৰিব ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 21, 2020

আজীৱন কিডনী ভালে ৰাখিবলৈ আপুনি কি কৰিব ?


 কিডনী আৰু লিভাৰ অকস্মাৎ বা এবছৰ-দুবছৰ বা এমাহ-দুমাহত নষ্ট হোৱা অংগ নহয় ।  কিডনী নষ্ট হোৱা মানুহজনৰ শৰীৰত 5-6 বছৰ আগৰ পৰাই কিছুমান লক্ষণ দেখা দি থাকে । যদি সেই লক্ষণ বোৰ অৱহেলা কৰে , তেন্তে ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ সম্ভৱনা থাকে । 


গাত অস্বাভাৱিক ভাৱে তিল-মাহ আদি বাঢ়ি যোৱাটো ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ ইংগিত দিয়ে । 


গাত কোনো কাৰণ নোহোৱাকৈ খজুৱতি হৈ থকা , মহে কামোৰাৰ দৰে অনুভৱ হোৱা ,  ছালত বেজিৰে ফুটাই দিয়া যেন অনুভৱ হোৱা আদি ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ লক্ষণ । 


ভৰি ফুলি থকা বা গোটেই শৰীৰ ফুলি যোৱাটো কিডনী নষ্ট হোৱাৰ লক্ষণ । 


শৰীৰৰ উজ্জলতা নোহোৱা হৈ অহা বা শেঁতা পৰা ছাল সাম্ভাব্য  কিডনী ৰোগীৰ লক্ষণ ।


এইবোৰ লক্ষণ 5-6 বছৰ আগতে দেখা দিয়ে শৰীৰত । যদি এই লক্ষণবোৰ দেখাৰ সময়ত নিয়ম নীতি সলনি কৰি আয়ুৰ্বেদিক পন্থা অৱলম্বন কৰে , তেন্তে ভৱিষ্যতে জীৱন আৰু সম্পত্তি দুয়োটা বচাব পাৰিব ।

বছৰি কমেও দুমাহ পূৰ্ণনভা শাকৰ গুড়ি খাই থাকিলে লিভাৰ আৰু কিডনী নমৰালৈকে কমেও 100 বছৰ নষ্ট হব নোৱাৰে ।

-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages