স্বাস্থ্য ৰক্ষাত এৰাগছৰ প্ৰয়োজনীয়তা - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 29, 2020

স্বাস্থ্য ৰক্ষাত এৰাগছৰ প্ৰয়োজনীয়তা


আমি সাধাৰণতে এৰা গছ হলে কাটিহে  পেলাওঁ , কাৰণ ইয়াৰ ঔষধিও গুণ সম্পৰ্কে আমি অৱগত নহওঁ ।। 

গুজৰাট , কেৰেলা  আদি ঠাইত ইয়াৰ খেতি কৰা হয় ।


এৰা গছত প্ৰায় 40 বিধ মাৰাত্মক ৰোগ নিৰ্মূল কৰাৰ ক্ষমতা আছে । তাৰে কেইবিধমান  অতি দৰকাৰী  ৰোগত ইয়াক ব্যৱহাৰৰ বিষয়ে লিখিছোঁ ।।।। 


শৰীৰৰ যিকোনো ঠাই ফুলিলে বা বিষালে ইয়াৰ তেল ব্যৱহাৰ কৰা হয় । 

হাত ভৰি ফুলি আৰু বিষাই থকা আদিত এৰা তেল মালিচ কৰিলে অতি সোনকালে ফুলা কমি যায় আৰু বিষৰ পৰা উপশম পায় ।। 

এৰা গছৰ পাত সামান্য জুইত গৰম কৰি বিষ হোৱা ঠাইত লগাই বান্ধি থলে বিষ নোহোৱা হৈ যায় । 


 স্তন কেঞ্চাৰৰ আৰম্ভণিত স্তনৰ ভিতৰত টেমুনা হয় আৰু পাছত ই গৈ কেঞ্চাৰত পৰিণত হয়  ।। 


যদি প্ৰথম অৱস্থাত গম পোৱা যায় , তেন্তে  এৰা গছৰ তেলৰ দ্বাৰা 3 মাহ মালিচ কৰিলে তেনে টেমুনা নোহোৱা হৈ যায় ।

 


 যিসকল মহিলাৰ গাভৰু হোৱালৈকে বক্ষস্থলৰ বিকাশ নহয় , তেওঁলোকে এৰাতেল মালিচ কৰি সুফল পায় । 


মহিলাসকলৰ মাহেকীয়াৰ সময়ত যদি পেট বেছিকৈ বিষায় , তেন্তে এৰা গছৰ পাত এটা অলপ গৰম কৰি লৈ পেটত বান্ধি থওঁক, কিছু সময়ৰ পাছত বিষ নোহোৱা হৈ যাব। 


Appendix ৰ পৰা হোৱা বিষৰ বাবে  10 ml ৰস গাখীৰত মিহলাই খালে বিষ নোহোৱা হৈ যায় ।। 


শৌচ চাফা নোহোৱা হলে ৰাতি শুৱাৰ সময়ত 10 ml পাতৰ  ৰস 1 গ্লাছ কুহুমীয়া গৰম পানীত মিহলাই খাওক ।।। 


এৰাতেল নিয়মীত গাত ঘঁহিলে গাৰ ছাল কোমল আৰু উজ্জল হৈ পৰে । 


এৰাতেল মালিচ কৰিলে নাৰ্ভৰ সমস্যাৰ বাবে হোৱা বিষ দূৰ কৰে ।

গাঁঠিৰ বিষ , মাংসপেশীৰ বিষ আদিৰ বাবে এৰাতেল মালিচ কৰিলে বিষ উপশম হয় ।


এৰাতেলে ছালৰ ক্ষেত্ৰতো অদ্ভুত লাভ দিয়ে । বয়সৰ চাপ  , শুকান ছালৰ সমস্যা , ছালৰ দাগ , Strech Mark , বগা দাগ , কলা দাগ , চকুৰ গুৰি কলা পৰা আদিৰ বাবে বিশেষভাৱে উপকাৰী । 


চুলিৰ ক্ষেত্ৰত এৰাতেল ব্যৱহাৰ কৰিলে চুলিৰ অকালপক্কতা ৰোধ কৰে , চুলি বাঢ়ি অহা সহায় কৰে , চুলি কলা আৰু ঘন কৰি তোলে । 


ইয়াৰ উপৰিও শৰীৰৰ যিকোনো ঠাইত  হোৱা বিষত এৰাতেল মালিচ কৰিলে তাৎক্ষণিক উপশম পোৱা যায় ।


এৰাতেল আমাৰ সামগ্ৰী বিক্ৰী কৰা সকলো দোকানত পোৱা যায়। 


Home ডেলিভাৰীৰ বাবে তলৰ নম্বৰটোত ফোন কৰিব পাৰিব । 


08472996316


ধন্যবাদ । share কৰিব নাপাহৰিব ।।।

-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages