আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 29, 2020

আজিৰ ৰাশিফল


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                          ১৩আঘোণ , ৰবিবাৰ,ইং ২৯ নৱেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৫/৫৬/৩৯সূৰ্য্যাস্ত ঘ:৪/২৭/১০


ৰাশি -  মেষ ৰাশি।ঘ:১০/২/৪১ যোৱাত বৃষ ৰাশি।

তিথি - শুক্লা চতুৰ্দশী । ঘ:১২/৪৭/৪২ লৈ।

নক্ষত্ৰ  - কৃত্তিকা, অহোৰাত্ৰি।

আদ্যঋতু হলে - পতিহিতা যোগ।

যাত্ৰা :-  পশ্চিম দিশত নাই । ঘ:১২/৪৭/৪২  যোৱাত বাযু কোনত নাই।

যোগিনী :- পশ্চিম দিশত  । ঘ:১২/৪৭/৪২  যোৱাত বাযু কোনত ।

মৰণত দোষ:-  ত্ৰিপদ। 

ভক্ষাভক্ষ্য :-  মাছ মাংস খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিদ্যাত উন্নতি হব, কৰ্ম কৌশল আয়ত্ব হব, যদিও সজাগ নহলে ভ্ৰমনৰ কষ্ট হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনত সামান্য জদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, ধন মান লাভ হব, যদিও সজাগ নহলে প্ৰৱঞ্চকৰ দ্বাৰা ক্ষতি যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হব, অৰ্থিক সহায় লাভ হব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বৃদ্ধি হব, যদিও সজাগ নহলে সিদ্ধান্ত গ্ৰহণত খেলিমেলি হব পাৰে লগতে সজাগ নহলে  ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত উত্তম ভোজন লাভ হব, ধন আৰু সন্মান লাভ হব, যদিও যান বাহনৰ পৰা সাৱধান হোৱা ভাল।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সৌভাগ্য উদয় হব, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে মনৰ চঞ্চলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,লগতে সুখ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ আগমন হব,প্ৰেমত শুভ হব, লগতে কৰ্মত সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সামাজিক সন্মান বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ সুখ বাঢ়িব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

No comments:

Post a Comment

Advertisement

Pages