আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 25, 2020

আজিৰ ৰাশিফল


 মেঘ ৰাশি (অ ,আ,ল ) : সন্তানৰ বাবে চিন্তা থাকিব । দিনটোত পেটৰ সমস্যাই অশান্তি দিব পাৰে ।মন চঞ্চল থাকিব ।ব্যৱসায় -বাণিজ্যত লোকচান হব পাৰে ।বহু দিনীয়া পাৰিবাৰিক অশান্তি সমাধান হব পাৰে । অযথা  কোনো বিষয়ক লৈ তৰ্ক নকৰাই ভাল । ভাতৃৰ -ভগ্নীৰ পৰা সহায় পাব পাৰে ।বিদ্যাত মধ্যম ।


বৃষ ৰাশি ( ব, ই,উ ) : মনত আনন্দৰ পাব ।শৰীৰৰ কোনো অংশত আঘাত পাব পাৰে ।দিনটোত সতৰ্ক হৈ চলক ।সন্তানৰ ক্ষেত্ৰত বেয়া নহয় । বিদ্যাৰ্থীৰ সকলৰ বাবে ইমান বেয়া নহয় । হাতলৈ ধন আহিব যদিও খৰছ বৃদ্ধি পাব  পাৰে। প্ৰেমত সতৰ্ক থাকিব নহলে প্ৰতাৰিত হব পাৰে । পিতৃ লগত বিবাদ হব পাৰে ।


মিথুন ৰাশি (ক,ছ, ঘ): সম্পত্তি লৈ বিবাদ হব পাৰে ।দিনটোত বাধা বিঘিনি আহিব পাৰে ।ব্যৱসায়ত ক্ষতি হব পাৰে ।স্ত্ৰীৰ লগত বিবাদ । সন্তানৰ ক্ষেত্ৰত ভালেই যাব । দিনটোৰ শেষৰ ভাগত নতুন কৰ্ম সন্ধান পাব পাৰে । ছাত্ৰ-ছাত্ৰীৰ সকলে পঢ়াত চেষ্টা ৰাখিব লাগিব ।প্ৰেমত ইমান ভাল নহয় ।


কৰ্কট ৰাশি (ড, হ):  ৰাজনীতি কৰা সকলৰ বাবে দিনটোৰ শুভ দেখা যায় ।ব্যৱসায় -বাণিজ্য কৰা সকলৰ বাবে দিনটোত শুভ ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত মধ্যম  ।স্বাস্থ্যৰ প্ৰতি যতন লওঁক ।

যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি কৰিব ।সন্তানৰ শৰীৰ প্ৰতি চকু ৰাখিব ।পঢ়াত বেয়া নহয় ।


সিংহ ৰাশি (ম,ট) : গৃহত অশান্তি থাকিব ।যাক আপুনি বিশ্বাস কৰি নিজৰ স্থান এৰি দিছে তেওঁ আপোনাক মনত বৰ বেয়াকৈ আঘাত দিব পাৰে । শৰীৰ ইমান ভালে নাযাব ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত শুভ ।ব্যৱসায়ত মতানৈক্য হব পাৰে । আজি দিনটো বন্ধুৰ পৰা এৰাই চলিব ।প্ৰেমত জটিলতা ।


কন্যা ৰাশি (প,ঠ) :   নিজৰ মানুহে শত্ৰুতা কৰিব পাৰে ।দিনটোত কষ্ট বিনিময়ত সুফল লাভ কৰিব পাৰিব । দিনটোৰ শেষৰ ভাগত আপোনাৰ বাবে শুভ সংবাদ আহিব পাৰে ।ব্যৱসায় বাণিজ্য কৰা সকলৰ বাবে দিনটো শুভ ।বিদ্যাৰ্থীৰ সকলৰ বিদ্যা ক্ষেত্ৰত শুভ ।পুৰণা বন্ধু লগত বিবাদ হব পাৰে ।মাতৃৰ শৰীৰ ইমান ভালে নাযাব পাৰে ।


তুলা ৰাশি (ৰ,ত) : আজি দিনটোত সাৱধানে চলক । বিবাহৰ আলোচনা হব পাৰে ।  ব্যৱসায়ত উন্নতি  । প্ৰেমত ইমান বেয়া নহয় ।বিদ্যাৰ্থীৰ সকলৰ বাবে শুভ ।

আত্মীয় লোকে বিশ্বাসঘাতক কৰিব পাৰে ।স্ত্ৰীৰ বাবে ধন খৰছ হব পাৰে ।


বৃশ্চিক ৰাশি (ন,য):  যান-বাহনৰ পৰা সাৱধানে চলিব । পাৰিবাৰিক চিন্তা । স্ত্ৰীৰ লগত মতানৈক্য । বিবাদৰ বাবে ক্ষতি হব পাৰে ।দিনটোত সাৱধানে চলক ।পেটৰ সমস্যাই বৰকৈ অশান্তি দিব । স্বাস্থ্যৰ প্ৰতি যতন লব ।বিদ্যাৰ্থীৰ সকলৰ পঢ়া ক্ষেত্ৰত ভালেই । শিল্পী সকলৰ বাবে দিনটোৰ ইমান বেয়া নহয় ।


ধনু ৰাশি(ধ, ফ,ভ): সম্পদ লাভ ।  শৰীৰ প্ৰতি যতন লব । সন্তানৰ স্বাস্থ্যৰ বাবে যতন ৰাখক ।পাৰিবাৰিক সমস্যা সমাধান হব পাৰে ।দিনটোত নতুন কৰ্ম সন্ধান পাব পাৰে ।প্ৰেমত ভালেই ।ব্যৱসায়ত মধ্যম । বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত ভালেই ।


মকৰ ৰাশি (জ,খ): মন অস্থিৰ । ঘৰৰ মানুহৰ লগত অমিল থাকিব পাৰে ।শৰীৰ প্ৰতি যতন লওঁক । মনটো স্থিৰ কৰি ৰাখক । পুৰণি বেমাৰে শৰীৰত দেখা দিব ।সন্তানৰ পঢ়া ক্ষেত্ৰত নজৰ ৰাখক ।সঠিক সিদ্ধান্ত লবলৈ চেষ্টা কৰক । পঢ়াত বেয়া নহয় । যাক আপুনি বিশ্বাসত লৈছিল  আপোনাক জীৱনত বহুত বেয়াকৈ ঠগিব পাৰে ।


কুম্ভ ৰাশি ( গ,স,শ) :  দিনটোৰ সতৰ্ক হৈ চলক ।  সামাজত সন্মান হানি হব পাৰে ।ব্যয়সায়ত শুভ । মানসিক চিন্তা ।সম্পত্তি লৈ ভাই ককাই মাজত বিবাদ হব পাৰে।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত ইমান বেয়া নহয় । 


মীন ৰাশি (দ, চ) :  আনক সমালোচনা নকৰাই ভাল ।মনত ভাবি আশা পূৰণ নহবও পাৰে।মন উন্নত যদিও দিনটোত সতৰ্ক হৈ চলক । বন্ধুৰ লগত বিবাদ ।শৰীৰ অসুস্থতা ভাব থাকিব ।স্বাস্থ্যৰ প্ৰতি যতন লওঁক । ব্যাসায়ত মন দিয়ক।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত শুভ ।

No comments:

Post a Comment

Advertisement

Pages