গৰ্ভৱতী হোৱাৰ পৰা হাত সাৰাৰ প্ৰাকৃতিক উপায়: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 25, 2020

গৰ্ভৱতী হোৱাৰ পৰা হাত সাৰাৰ প্ৰাকৃতিক উপায়:


টিভিত এটা বিজ্ঞাপন আহে , ' এতিয়া 72 ঘণ্টাৰ ভিতৰত মাত্ৰ এটা পিল খাওঁক আৰু অনিচ্ছাকৃত গৰ্ভৱতী হোৱাৰ পৰা পৰিত্ৰাণ পাওঁক ' 


হয় , এই বিজ্ঞাপনটোৱে বহুতো ছোৱালীৰ জীৱন ধ্বংস কৰি দিছে , বহুতো ছোৱালীৰ গৰ্ভ নষ্ট কৰিছে , বহুতৰে গৰ্ভাশয়ৰ কেঞ্চাৰৰ প্ৰধান কাৰক এইটোৱে । 


বিয়াৰ পিছত সন্তান জন্ম দিব নোৱাৰাৰ এইটোও এটা কাৰণ । গৰ্ভাশয় নষ্ট হৈ যায় । ডক্টৰক সুধিলে কব যে সকলো দেখোন ঠিকে থাকে আছে । 


আজিকালি মহিলাসকলেও বাহিৰত কাম বন বেছিকৈ কৰাৰ বাবে 4-5 বছৰে সন্তান নিবিচাৰে । নিয়মিত গৰ্ভ নিৰোধক পিল খাই খাই অকলাতে বহুতে  জীৱন ধ্বংস কৰি দিছে।  আমাৰ বেছিভাগ মহিলাই এইবোৰৰ composition নাজানে আৰু কেৱল টিভিত দেখুৱাই দিয়া বাবেই এইবোৰ গিলিব লাগে বুলি গিলে । 

এইবোৰৰ বেছিভাগতেই আৰ্চেনিক থাকে।  যি কেঞ্চাৰৰ  কাৰক হয়।  


যদি আপুনি গৰ্ভৱতী হব নিবিচাৰে আৰু প্ৰাকৃতিক উপায়েৰে গৰ্ভৱতী হোৱাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে , তেন্তে তলৰ যিকোনো এটা বা দুটা বিধান পালন কৰিব পাৰিব ।


১ . ৰঙা জবাফুল  কাজী টেঙাৰ ৰসৰ লগত বটি লৈ  ঋতুস্ৰাৱৰ তিনিদিন খালে এমাহ দিনলৈ গৰ্ভ নৰয় । 

দিনত দুবাৰকৈ খাব পাৰে।  

জবাফুল 4-5 টা আৰু কাজী টেঙাৰ ৰস 4-5 চামুচ লব লাগিব।


২. টুবুকি লতাৰ ( Cissampelos pareire) পাত  বটি দিনটোত 3 বাৰ খালে ঋতুৰ সময়ত  এমাহ গৰ্ভৱতী নহব । প্রতি বাৰত 2-3 টা পাত খাব পাৰে ।


৩. ৩ বছৰৰ বেছি পুৰণি গুড় সুধি হোৱাৰ দিনৰ পৰা দৈনিক  50 গ্ৰামকৈ 15 দিন খালে  গৰ্ভ নহয় ।


৪. সুধিৰ এদিন পিছত পান গছৰ শিপা 20 গ্রাম 3 টা জালুকৰ লগত পিছি খালে গৰ্ভ নহয় । 


উপৰোক্ত বিধানবোৰৰ যিকোনো এটা বা দুটা কৰিব পাৰে । আটাইকেইটা কৰাৰ দৰকাৰ নাই ।


উপৰোক্ত লিখনিটো মোৰ 'পুৰুষ-মহিলাৰ গুপ্তৰোগ ' নামৰ কিতাপখনৰ পৰা তুলি দিয়া হৈছে ।


কিতাপখন ডাকযোগে পাবলৈ তলৰ নম্বৰটোত order কৰিব পাৰিব ।।


+91 84729 96316

-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages