মা কামাখ্যা ধামৰ আলৌকিকতা : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 25, 2020

মা কামাখ্যা ধামৰ আলৌকিকতা :


 আজিৰ পৰা সাতবছৰৰ আগৰ কথা। ২৫/১১/২০১৩ৰ দিনা কামাখ্যা মন্দিৰ দৰ্শন কৰি ঘুৰি অহা পৰ্যটকৰ দল এটাক কঢ়িয়াই অনা বাছ দুৰ্ঘটনা গ্ৰস্ত হৈ এইদৰেই ওলমি ৰৈছিল পথৰ দাঁতিৰ খুটা এটাত। 

স্থান - কামাখ্যা মন্দিৰৰ পৰা নামি আহোঁতে পোৱা প্ৰথম হেয়াৰ পিন কেঁকুৰিটো।

খুঁটাটোত ওলমি নোৰোৱা হ'লে বাছখন প্ৰায় ১০০০ মিটাৰ তলত পৰিলগৈ হেতেন ।

কিন্তু মা কামাখ্যাৰ আশীৰ্বাদ লগত থকাৰ বাবে এজন পৰ্যটকৰো  তিলমানো ক্ষয়-ক্ষতি নহ'ল ।


গতিকে হৃদয়েৰে এবাৰ কওক :-

" জয় মা কামাখ্যা "  !!!!


( ফটো :- মোৰ নিজা কেমেৰা )


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য চিৰঞ্জিব কে গগৈ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages