ৰাজ্যত পুৱাই ভূমিকম্পৰ জোকাৰণি - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 22, 2020

ৰাজ্যত পুৱাই ভূমিকম্পৰ জোকাৰণি


 ৰাজ্যত ভূমিকম্প : আজি কিছু সময়ৰ পূৰ্বে পুৱা প্ৰায় ৯ বজাত অহা এক ভূমিকম্পই জোকাৰি গল সমগ্ৰ ৰাজ্য।প্ৰায় ৫ ছেকেণ্ড সময় ধৰি অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল আৰু ইয়াৰ উৎপত্তি স্থলৰ প্ৰকৃত তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই।

No comments:

Post a Comment

Advertisement

Pages