সমগ্ৰ অসমবাসীৰ অন্তৰত এক অবুজ দুখ দি অৱশেষত আজি সকলোৰে পৰা বিদায় ললে ৰাজনীতিৰ মহীৰূহ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।আজি কিছুদিন পূৰ্বে কৰ'নাত আক্ৰান্ত হৈ GMCHত চিকৎসাধীন হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।আৰু ইয়াৰ পিছৰে পৰা তেখেতৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটি আহে আৰু অৱশেষত আজি সন্ধ্যা ৫.৩৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।তেখেতৰ মৃত্যুত সমগ্ৰ অসমতে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ পৰত তেখেতৰ বয়স আছিল ৮৬ বছৰ। SMJ24ৰ তৰফৰ পৰা বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো,ঔঁ শান্তি
Advertisement
Monday, November 23, 2020

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই
সমগ্ৰ অসমবাসীৰ অন্তৰত এক অবুজ দুখ দি অৱশেষত আজি সকলোৰে পৰা বিদায় ললে ৰাজনীতিৰ মহীৰূহ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।আজি কিছুদিন পূৰ্বে কৰ'নাত আক্ৰান্ত হৈ GMCHত চিকৎসাধীন হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।আৰু ইয়াৰ পিছৰে পৰা তেখেতৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটি আহে আৰু অৱশেষত আজি সন্ধ্যা ৫.৩৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।তেখেতৰ মৃত্যুত সমগ্ৰ অসমতে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ পৰত তেখেতৰ বয়স আছিল ৮৬ বছৰ। SMJ24ৰ তৰফৰ পৰা বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো,ঔঁ শান্তি
Tags
# news
Share This

About Social Media Journalism
news
Tags:
news
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment