সুপ্ৰভাত, শাস্ত্ৰৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 22, 2020

সুপ্ৰভাত, শাস্ত্ৰৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক:


 ভগৱন্তক ভজিয়া জনম বাহুৰাৱে

আন যত সৱে মিছা ভক্তিৰ অভাৱে ৷৷

   ভগৱন্তক ভজনা কৰিলেহে মনুষ্য জীৱন সাৰ্থক হয় ৷ ভক্তিৰ অভাৱে এই সংসাৰত সকলো মিছা ৷ জ্ঞান,বিদ্যা,কুল,ক্ৰিয়া,ৰূপ,সৌন্দৰ্য্য,ধন,জন,বিভূতি এই সকলোবোৰ হৰি ভক্তি অৱিহনে মিছা ৷


জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে ৷

এহু ৰস মাধৱ মুৰুখমতি গাৱে ৷৷

      ইয়াকে,জানি হে ভাই সকলোৱে ভগৱন্তৰ পদ কমলত ভক্তি কৰা ৷ মই মুৰুখমতি মাধৱে এই ভক্তিৰসৰ কথাকে সদায় কীৰ্ত্তন কৰো ৷ পৃথিৱীৰ সমস্ত ধৰ্ম্মশাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি মহাপুৰুষ মাধৱদেৱে লিখা নামঘোষা শাস্ত্ৰৰ ইমানতে সমাপ্ত ঘটাইছিল ৷৷ কৃষ্ণ ৷৷

বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages