আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 22, 2020

আজিৰ ৰাশিফল


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, লগতে মনত আনন্দ বাঢ়িব  যদিও সজাগ নহলে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, লগতে ধন মান লাভ  হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, লগতে কৰ্মত সফল হোৱাৰ  যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, আত্মীয়ৰ আগমন হব , লগতে সজাগ নহলে বন্ধন ভয়ৰ সন্মুখীন হোৱাৰ  যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সহায় লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি পোৱাৰ  যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন মান লাভ হব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  প্ৰেমত শুভ, ভ্ৰমনৰ সুযোগ লাভ হব যদিও ব্যৱসায়িক দিশত সজাগ হোৱাটো ভাল।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, সুখ বৃদ্ধি হব, যদিও সজাগ নহলে বন্ধুৰ লগত মনোমালিন্য হোৱাৰ  যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, ধন মান লাভ হব, যদিও মনত সামান্য উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, প্ৰেম আৰু কৰ্মত শুম যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত শুভ, সন্মান বাঢ়িব যদিও  সজাগ নহলে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

No comments:

Post a Comment

Advertisement

Pages