কোনসমূহ কাৰ্যালয় বন্ধ থাকিব ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 25, 2020

কোনসমূহ কাৰ্যালয় বন্ধ থাকিব ?


সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ দিন উপলক্ষে কাইলৈ বিয়লি ১ বজাৰ পৰা ৰাজ্যত অৰ্ধছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, অৰ্ধ-চৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদি এই সময়ছোৱাত বন্ধ থাকিব।

No comments:

Post a Comment

Advertisement

Pages