জানো আহক,জুবিনে আচলতে এয়া কি কৰিছে ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 21, 2020

জানো আহক,জুবিনে আচলতে এয়া কি কৰিছে ?


যুৱ প্ৰজন্মৰ হাৰ্তথ্ৰ'ব জুবিন গাৰ্গক হঠাৎ দেখা পোৱা গল এই বিশেষ ৰূপত।জুবিন গাৰ্গৰ এই ৰূপ দেখি তেওঁৰ একাংশ অনুৰাগী যথেষ্ট চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।এয়া আচলতে তেওঁ চীনা সকলৰ প্ৰায় তিনি হাজাৰ বছৰ পুৰণা এক থেৰাপি গ্ৰহণ কৰিছে।


এই থেৰাপিত বিশেষ পদ্ধতিৰে কাপ সমূহত Vacuum উৎপন্ন কৰি শৰীৰৰ কিছু নিৰ্দিষ্ট অংশত স্থাপন কৰি Blood circulation বৃদ্ধি কৰা হয়। এই কাপিং দুটা পদ্ধতিৰে কৰা হয়,দ্ৰাই কাপিং আৰু ৱেত কাপিং। ৱেত কাপিং থেৰাপিৰ যোগেদি শৰীৰৰ দূষিত তেজ সমূহ উলিয়াই দিয়া হয়।ইয়াৰ দ্বাৰা উচ্ছ ৰক্তচাপ, মধুমেহ, শৰীৰৰ অংগ সমূহ পৰিস্কাৰৰ ক্ষেত্ৰত বিশেষ সহায়ক হয়।


এই কাপিং থেৰাপিৰ ব্যৱহাৰৰ ফলত শৰীৰৰত দাগৰ চিহ্ন ৰৈ যাই যদিও লাহে এই চিহ্ন সমূহ নাইকীয়া হৈ পৰে।অভিজ্ঞতা সম্পন্ন থেৰাপিষ্টৰ দ্বাৰা এই থেৰাপি গ্ৰহণ কৰিলে ইয়াক যথেষ্ট সুৰক্ষিত বুলি মনা গৈছে।গতিকে জুবিন গাৰ্গৰ অনুৰাগী সকলে এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজ নাই।

No comments:

Post a Comment

Advertisement

Pages