ঘৰুৱা পদ্ধতিৰে লাওক আপোনাৰ স্বাস্থ্যৰ যত্ন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 17, 2020

ঘৰুৱা পদ্ধতিৰে লাওক আপোনাৰ স্বাস্থ্যৰ যত্ন


 আপুনিও যদি উপৰোক্ত সমস্যা কেইটাৰ লগত যুঁজি আছে আৰু দৈনিক গেছৰ ঔষধ খাব লগা হৈ আছে , তেন্তে তলত দিয়া বিধান কেইটা মানি চলক । অতি সোনকালে সুফল পাব । গেছৰ ঔষধ খালে পেটৰ কেঞ্চাৰ , হাড়ৰ কেঞ্চাৰ , লিভাৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে ।


পোন প্ৰথমে ৰাতিপুৱা উঠি 3 গিলাচ গৰম পানী খাওঁক । গৰম পানী খোৱাৰ ডেৰ-দুই ঘণ্টা পিছত আপুনি পেট ভৰাই খাদ্য খাওঁক । চাহ ৰাতিপুৱা নাখাব ।


ভাত খাই উঠি কমছে কম 1 ঘণ্টা পানী নাখাব । ভাতৰ লগত পানী একেবাৰে নাখাব । খোৱা খাদ্য ভালকৈ কমছে কম 20 বাৰকৈ চোবাই খাওঁক। খাদ্য ভালকৈ চোবাই খালে লালটি আহি খাদ্যৰ লগত মিহলি হব আৰু পানীৰ দৰকাৰ নহব ।

মুখৰ লালটি খাদ্যৰ লগত মিহলি হলেহে খাদ্য সোনকালে হজম হব পাৰে । যদি চোবাই নাখায় আৰু পানী খাই ভাত গিলি থৈছে , তেন্তে কিছু সময়ৰ পিছতেই টেঙা উগাৰ আহিব ।


প্ৰথম অৱস্থাত অভ্যাস কৰাৰ বাবে লগত গৰম পানী এগিলাচ লৈ তাত নিম্বু মিহলাই থব । লাহে লাহে ভাতৰ লগত পানী খোৱা অভ্যাস সম্পূৰ্ণ বন্ধ কৰিব ।


এইখিনি কৰিলেই আপুনি 3 দিনৰ ভিতৰতে গেছৰ সমস্যাৰ পৰা মুক্ত হব ।


যদি আপোনাৰ fatty লিভাৰ বা লিভাৰৰ আন কিবা সমস্যা আছে , তেন্তে আপুনি বেলেগ বনৌষধি খাব লাগিব ।

Fatty লিভাৰৰ বাবে আমি বনোৱা পূৰ্ণনভা শাকৰ গুড়ি ৰাতিপুৱা উঠি এক গিলাচ উতলা গৰম পানীত মিহলাই খাওঁক । তাৰ লগত আৰু দুগিলাছ গৰম পানী খাওঁক ।

ভাত খাই উঠি আমাৰ aloevera ৰসতো 30 ML খাই দিয়ক ।


ৰাতি যিমান পাৰে সোনকালে খাদ্য খাই লৈ কমছে কম দুই ঘণ্টা নুশুব । 2 ঘণ্টা পিছত 1 গিলাচ গৰম পানীত 1 চামুচ ত্ৰিফলা গুড়ি মিহলাই খাওঁক।


এনেকৈ 3 মাহ কৰিলে fatty liver grade 2 লৈ ঠিক হয় ।


উপৰোক্ত বিধান কেৱল প্ৰাপ্ত বয়স্কৰ বাবেহে । ত্ৰিফলা , aloevera আৰু পূৰ্ণনভা কেৱল আমাৰ উৎপাদিত বিধানৰ দোকানৰ পৰা লব । কাৰণ আমাৰ বিধানৰ বস্তু 100% বিশুদ্ধ আৰু কোনো ধৰণৰ যৌগ মিহলোৱা হোৱা নাই ।

-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages