আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 17, 2020

আজিৰ ৰাশিফল


মেঘ ৰাশি (অ,আ,ল):  ভ্ৰমণ যোগ ।  কৰ্ম কৰোঁতে ভাবি চিন্তি আগবাঢ়িব । দিনটোত আপোনাৰ বাবে  ইমান ভাল নহয়   । কৰ্মত এলাহ ভাব ত্যাগ কৰিব  । ব্যৱসায়ীত   শুভ ।  প্ৰেমত শুভ । সন্তানৰ ক্ষেত্ৰত চিন্তা থাকিব ।পঢ়াত ইমান বেয়া নহয় ।শুভ সংখ্যা ৬

বৃষ ৰাশি ( ব, ই,উ): ভাতৃ লগত সংঘাত । শত্ৰুৰ পৰা সাৱধান । স্বাস্থ্যৰ  প্ৰতি যতন লওঁক । ব্যৱসায়ত ইমান ভাল নহয় ।  পাৰিবাৰিক অশান্তি । প্ৰেমত শুভ । বিদ্যাৰ্থীৰ সকলৰ বিদ্যা ক্ষেত্ৰত মধ্যম  । মনৰ আশা পূৰণ ।শুভ সংখ্যা ৯

মিথুন ৰাশি (ক,ছ,ঘ): কৰ্ম পৰিৱৰ্তন ।দিনটো সতৰ্ক হৈ  চলক । মানসিক অশান্তি দূৰ হব  ।গৃহত অতিথি আগমন । সমাজত সু-নাম অর্জন হব পাৰে । প্ৰেমত শুভ ।মাতৃৰ বাবে চিন্তা ।শুভ সংখ্যা ৫

কৰ্কট ৰাশি (ড, হ): শুভ সংবাদ লাভ ।মনৰ আশা পূৰণ হব । নিজক সংযত ৰাখক ।কৰ্মত সাফল্য । স্বামী স্ত্ৰীৰ মাজত বিবাদ ।মন স্থিৰ কৰক ।বিদ্যাত শুভ ।শুভ সংখ্যা ৩

সিংহ ৰাশি (ম,ট):বিদেশৰ পৰা নতুন কামৰ সন্ধান আহিব পাৰে ।অসৎ লোকৰ পৰা এৰাই চলক ।স্বামী- স্ত্ৰীৰ মাজত বহু দিনীয়া মনো মালিন্য সমাধা পথত ।  বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত  ভাল ।নিজৰ কৰ্মত মন দিয়ক ।শুভ সংখ্যা ৭

কন্যা ৰাশি (প, ঠ) : সমাজত সন্মান লাভ ।ব্যৱসায় কৰা সকলৰ আৰু চৰকাৰীৰ কৰ্মচাৰী সকলৰ বাবেও  শুভ ।  হাতলৈ ধন আহিব । বিদ্যাৰ্থীৰ সকলৰ বিদ্যা ক্ষেত্ৰত ভাল । শুভ সংখ্যা ৫

তুলা ৰাশি (ৰ,ত): পেটৰ ৰোগ হব পাৰে । ব্যৱসায়ত মধ্যম । বাল্য কালৰ প্রিয় বন্ধুক লগ পাব পাৰে ।ব্যৱসায় কৰা সকলৰ বাবে মধ্যম ।পাৰিবাৰিক অশান্তি অলপ দূৰ হব । স্বাস্থ্যৰ প্ৰতি যতন ।নিজৰ কৰ্মত মন দিয়ক ।পঢ়াত ভালেই ।শুভ সংখ্যা ৪

বৃশ্চিক ৰাশি (ন,য): আনৰ পৰা সহায় পাব ।ব্যৱসায়ত  উন্নতি । পুৱাৰ ভাগত শৰীৰ বাবে চিন্তনীয় হব । বিদ্যাত মধ্যম ।প্ৰেমত ইমান বেয়া নহয় ।শুভ সংখ্যা ২

ধনু ৰাশি ( ধ, ফ,ভ): গৃহ অশান্তি ।স্বামী স্ত্ৰীৰ মাজত বিবাদ ।নিজৰ মানুহে বিপদত পেলাব পাৰে । নিজৰ কৰ্মত মন দিয়ক ।শুভ সংখ্যা ৬

মকৰ ৰাশি (জ,খ): মনত ভয় । মনত অশান্তি ।মনত ভাবি থকা আশা পূৰণ হব ।ব্যৱসায়ত  ক্ষতি  । ডিঙিৰ ৰোগ হব পাৰে ।প্ৰেমত ভালেই ।পঢ়াত মধ্যম ।শুভ সংখ্যা ১

কুম্ভ ৰাশি (গ,শ,স): সমস্যা বৃদ্ধি । কঁকালৰ বিষৰ বাবে অশান্তি পাব পাৰে । ব্যৱসায়ত   শুভ ।প্ৰেমত ইমান ভাল নহয়। মানসিক অশান্তি ।কৰ্মত বাধা আহিব পাৰে । স্ত্ৰীৰ লগত বিবাদ ।বন্ধু ৰ পৰা সহায় পাব পাৰে ।দিনটো সাৱধানে চলক ।শুভ সংখ্যা ৯

মীন ৰাশি (দ, চ): সম্পদ লাভ । ব্যৱসায়ত মন দিয়ক । শৰীৰত বিষ বেদনা হব পাৰে ।প্ৰেমত  মধ্যম ।বিদ্যাৰ্থীৰ সকলৰ পঢ়াত ভালেই । বাহন ক্ৰয় ।শুভ সংখ্যা ৮

No comments:

Post a Comment

Advertisement

Pages