লখিমপুৰত ড্ৰাগছ সহ এজনক আতক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 17, 2020

লখিমপুৰত ড্ৰাগছ সহ এজনক আতক:


 এক গোপন সূত্ৰৰ পম খেদি লখিমপুৰ আৰক্ষীয়ে ৩০.২৬ গ্ৰাম হেৰোইন ড্ৰাগছ  সহ জনৈক বৰা নামৰ এজন লোকক কালি আতক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ কোনো গ্ৰাহকক বিক্ৰী কৰিবলৈ নিয়া হৈছিল জব্দকৃত ড্ৰাগছ সমূহ।আৰু আৰক্ষীয়ে বান্দৰদোৱাৰ পৰা ড্ৰাগছ  সহ সৰবৰাহকাৰী যুৱক জনক আতক কৰে।

No comments:

Post a Comment

Advertisement

Pages