তৰুণ গগৈৰ সোঁৱৰণত সৰ্বধৰ্ম প্ৰাৰ্থনাও স্মৃতিচাৰণ সভা: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 29, 2020

তৰুণ গগৈৰ সোঁৱৰণত সৰ্বধৰ্ম প্ৰাৰ্থনাও স্মৃতিচাৰণ সভা:


 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি গুৱাহাটী ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে এখন স্মৃতিচাৰণ সভা অনুস্থিত হয়।

এই স্মৃতিচাৰণ অনুষ্ঠানটিত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ আব্দুল খালেক, সাংসদ ৰাণী নৰহ, বিধায়ক, প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, সাধাৰণ সম্পাদকৰ সহ দলৰ বিভিন্ন কোষৰ অধ্যক্ষ সকলৰ লগতে বিভিন্ন দলীয় কৰ্মী তথা বহু গন্যমান্য ব্যক্তি ব্যক্তি উপস্থিত থাকে।



No comments:

Post a Comment

Advertisement

Pages