গীতাৰ ষষ্ঠ অধ্যায়ত কৃষ্ণই অৰ্জুনক কৈছে---------
“যোগীযুঞ্জীত সততমাত্মানং ৰহমি স্থিতঃ ৷
একাকী যত চিত্তাত্মা নিৰাশীৰসপৰগ্ৰহ ঃ ৷
অৰ্থাৎ"যোগীয়ে অকলে সৰ্বদায় নিৰ্জন ঠাইত থাকি দেহ আৰু অন্তকৰণ সংযম কৰি আকাংশা শূন্য হৈ আৰু পৰিগ্ৰহ শূন্য হৈ চিত্তক সৰ্বদায়ে সমাধি অভ্যাস কৰাব ৷
এনেদৰে ধ্যানযোগৰ বৰ্ণনা কৰি কৰি ভগৱান কৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ স্বৰূপে ব্যক্ত কৰিছে----
যোগীনামপি সৰ্ব্বেষাং মদগাতেনান্তৰিত্মানা ৷শ্ৰদ্ধাবান ভজতে যো মাং স মে যুক্ততমো মত ঃ ৷
অৰ্থাৎ “একান্তভাবে মোৰে চিন্তনত লীন থকা,অন্তকৰণেৰে শ্ৰদ্ধাভক্তিৰে মোৰ ভজন কৰা মোৰ ভক্তই হ’ল সমস্ত যোগীৰ মাজত শ্ৰেষ্ঠ ৷"
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment