মেষ ৰাশি (অ,আ,ল)- মাতৃৰ শৰীৰ ইমান ভালে নাযাব পাৰে । দিনটোৰ শেষ ভাগত অপবাদ পাৰে । খৰছ বৃদ্ধি ।আত্মীয় লোকে মনত আঘাত দিব পাৰে ।কৰ্ম ক্ষেত্ৰত মন দিয়ক । শত্ৰুৰ পৰা সাৱধানে চলিব ।সন্তানৰ চিন্তা ।প্ৰেমত শুভ । যিকোনো কৰ্ম কৰোঁতে সাৱধানে কৰিব ।পঢ়া শুনাত ভালেই ।
বৃষ ৰাশি(ব ,ই,উ)- ৰাজনীতি কৰা সকলৰ বাবে দিনটোৰ শুভ দেখা যায় ।মনত বিভিন্ন চিন্তাই আমনি দিব পাৰে ।ব্যৱসায়ত উন্নতি ।গৃহত অতিথি আগমন ।মূৰৰ বিষ হব পাৰে । খৰচ বৃদ্ধি হ'ব। ব্যৱসায়ত মধ্যম ।
মন স্থিৰ কৰক ।বিবাহৰ আলোচনা হব পাৰে । শৰীৰ প্ৰতি চকু দিব । বিদ্যাৰ্থীৰ সকলৰ পঢ়া ক্ষেত্ৰত আগ্ৰহ দেখা যায় ।
মিথুন ৰাশি(ক,ছ)- ব্যৱসায়ত উন্নতি দেখা যায় ।চাকৰি যোগাযোগ হব পাৰে ।অযথা তৰ্কত লিপ্ত নহব ।শুভ সংবাদ লাভ কৰিব পাৰে ।প্ৰেমত জটিলতা ।শৰীৰত বিষ বেদনা বাঢ়িব পাৰে ।পঢ়াত ভালেই ।যান- বাহনৰ পৰা সতৰ্ক হব ।
কৰ্কট ৰাশি(ড, হ) - যৌথ ব্যৱসায়ত মতানৈক্য দেখা যায় ।গৃহত আনন্দ ।স্বামী স্ত্ৰীৰ মাজত বিৰোধ ।দুর্ঘটনা পৰা সাৱধানে । নতুন কৰ্ম যোগাযোগ হব পাৰে ।শৰীৰত ৰোগ বৃদ্ধি। ব্যৱসায়ত শুভ । কৰ্মত উন্নতি ।সন্তানৰ চিন্তা । পঢ়াত চেষ্টা ৰাখিব ।
সিংহ ৰাশি(ম,ট)- নিজৰ মানুহে শত্ৰুতা কৰিব পাৰে ।মাতৃ শৰীৰ ইমান ভালে নাযাব পাৰে ।পেটৰ সমস্যা l ব্যৱসায়ত ঝামেলা । কৰ্ম স্থানত শত্ৰু ভাব । শৰীৰ প্ৰতি নজৰ দিব । সম্পদ লাভ হব পাৰে ।পঢ়া ইমান ভাল নহয় ।
কন্যা ৰাশি (প,ঠ)- যান বাহনৰ পৰা সাৱধান ।সন্মান ক্ষতি হব পাৰে ।পুৰণি বন্ধুৰ লগ পাব ।শৰীৰত বিষ বেদনা হব পাৰে । অধিক পৰিশ্ৰমৰ বিনিময়ত আৰ্থিক দিশত উন্নতি হব । স্ত্ৰীৰ বাবে অপব্যয় হব পাৰে ।বিদ্যাৰ্থীৰ সকলৰ পঢ়াত ভালেই ।
তুলা ৰাশি (ৰ,ত)- পাৰিবাৰিক চিন্তা বাঢ়িব ।স্ত্ৰীৰ লগত তৰ্ক নকৰাই ভাল ।সামান্য ভুলৰ বাবে ক্ষতি হব পাৰে ।মাতৃ শৰীৰ প্ৰতি যতন কৰিব । ব্যৱসায়ত ভাল দৰে মন দিয়ক ।প্ৰেমত জটিলতা । পঢ়া শুনাত আগ্ৰহ দেখা যায় ।
বৃশ্চিক ৰাশি (ন,য)- সম্পদ লাভ ।এলাহ ভাব ত্যাগ কৰিলে কৰ্মত উন্নতি হব ।ব্যৱসায়ত মন দিয়ক ।প্ৰেমত ভালেই ।স্বামী -স্ত্ৰীৰ মাজৰ সংঘাত হব পাৰে । পঢ়াত ভাল দৰে মন দিয়ক । মাতৃৰ শৰীৰ প্ৰতি লক্ষ্য ৰাখিব ।
ধনু ৰাশি(ধ, ফ,ভ)- পুত্ৰ বাবে চিন্তা থাকিব ।স্বামী -স্ত্ৰীৰ বিচ্ছেদ হব পাৰে ।ঈশ্বৰ উপাসনা কৰক।ধন ক্ষতি ।
নিজৰ মানুহে ক্ষতি কৰিব পাৰে । প্ৰেমত সাৱধান ।পেটৰ সমস্যা বৃদ্ধি পাব পাৰে । সন্তানৰ ক্ষেত্ৰত নজৰ ৰাখক ।পঢ়াত ভালেই ।
মকৰ ৰাশি(জ,খ) - ভগ্নীৰ লগত বিবাদ ।স্ত্ৰীৰ বাবে খৰচ বৃদ্ধি ।মূত্ৰাশয় ৰোগ বৃদ্ধি হব পাৰে ।সংসাৰত অশান্তি ভাব । ব্যৱসায়ত ইমান বেয়া নহয় । ।শত্ৰুৱে বিশ্বাস ঘাতকতা কৰিব পাৰে । নিজৰ সিদ্ধান্ত নিজে লব ।প্ৰেমত জটিলতা ।পঢ়াত চেষ্টা ৰাখিব লাগিব ।
কুম্ভ ৰাশি(গ,শ,স )- সমাজত সন্মান হানি হব পাৰে । বন্ধুৰ লগত অমিল lসাংসাৰীক অশান্তি ।অযথা স্ত্ৰীৰ লগত তৰ্ক নকৰাই ভাল । কৰ্মত ভালদৰে মন দিয়ক ।শত্ৰুৱে ক্ষতি কৰিব পাৰে ।চাকৰিয়াল সকলৰ চাকৰি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব । নতুন ব্যৱসায় আৰম্ভ কৰিলে উন্নতি হব । পঢ়াত ইমান ভাল নহয় ।
মীন ৰাশি(দ, চ)- ব্যৱসায়ত শুভ। হাতলৈ ধন আহিব যদিও খৰছ বৃদ্ধি । পেটৰ সমস্যা হব । পৰিয়ালৰ লোকে মনত আঘাত দিব পাৰে । দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব পাৰে ।প্ৰেমত মধ্যম ।পঢ়া-শুনাত মন দিয়ক ।
No comments:
Post a Comment