বিটিচিত নিৰ্বাচনৰ দিন ঘোষণা - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 17, 2020

বিটিচিত নিৰ্বাচনৰ দিন ঘোষণা

আজি ঘোষণা হল বিটিচিত নিৰ্বাচনৰ দিন।দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা এই নিৰ্বাচন অহা ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১০ ডিচেম্বৰত দ্বিতীয়টো পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব।পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ হ’ব ভোটগ্ৰহণ।১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা আৰু ঘোষণা কৰা হ'ব ফলাফল।বিটিচিত এইবাৰ কানটো দলে জয় লাভ কৰিবলৈ সক্ষম হব ? অনুগ্ৰহ কৰি আপোনাৰ মতামত কমেন্ত বক্সত জনাওক।

No comments:

Post a Comment

Advertisement

Pages