আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 30, 2020

আজিৰ ৰাশিফল


 মেষ ৰাশি  -  বহু দিনীয়া আশা পূৰণ হব পাৰে ।শিক্ষাৰ্থী সকলৰ বাবে শুভ।কৰ্মত মন দিয়ক।বন্ধুয়ে ক্ষতি কৰিব।অৰ্থ ব্যয় হ'ব।প্ৰেমত জতিলতা।শুভ সংখ্যা ৬ শুভ ৰং হালধিয়া।


বৃষ ৰাশি  - ভাতৃৰ লগত বিবাদ ।সমাজত সু-নাম লাভ কৰিব।ঈশ্বৰ উপাসনা কৰক।ব্যৱসায়ত উন্নতি ।প্ৰেমত অশুভ।শুভ সংখ্যা ৫ শুভ ৰং কমলা ৰং ।


মিথুন ৰাশি -  চাকৰি যোগাযোগ হব পাৰে ।কৰ্মত সচেতন হওক।শুভ সময় কৰ্ম কৰক সফলতাৰ বাট খোলা আছে।ব্যৱসায়ত শুভ।ধন প্ৰপ্তি হ'ব।প্ৰেমত শুভ।বিদ্যাত শুভ।শুভ সংখ্যা ২ শুভ ৰং ৰঙা।


কৰ্কট ৰাশি  -  বিদ্যাৰ্থীৰ সকলৰ বাবে দিনটো শুভ ।মনত সাহস পাব।বাল্য কালৰ বন্ধ লগ পাব।প্ৰেমত মধ্যম।শুভ সংখ্যা ১ শুভ ৰং হালধিয়া।


সিংহ ৰাশি  -মনত অশান্তি থাকিব । আজি আপোনাৰ কিছু ক্ষতি হ'ব পাৰে।অৰ্থ ব্যয় হ'ব।ব্যৱসায়ত শুভ নহয়।প্ৰেমত অশুভ।শুভ সংখ্যা ৪ শুভ ৰং নীলা।


কন্যা ৰাশি  -সম্পত্তি লৈ বিবাদ হব পাৰে । আপোনাৰ খং বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম বুজায়।অৰ্থ প্ৰাপ্তি বুজায়।শুভ সংখ্যা ১ শুভ ৰং সেউজীয়া।


তুলা ৰাশি - ছাত্ৰ -ছাত্ৰী সকলে পঢ়াত চেষ্টা ৰাখিব লাগিব ।শৰীৰ প্ৰতি  যতন লওক।কৰ্মত উন্নতি ।ব্যৱসায়ত শুভ।প্ৰেমত মধ্যম বুজায়।শুভ ৰং নীলা।শুভ সংখ্যা ৬


 বৃশ্চিক ৰাশি  -মহিলা কৰ্মচাৰীৰ সকলৰ বাবে দিনটো শুভ । কৰ্মত সফলতা লাভ।ব্যৱসায়ত মধ্যম।অৰ্থ প্ৰপ্তি হ'ব ।প্ৰেমত শুভ।শুভ সংখ্যা গোলপিয়া।শুভ ৰং সেউজীয়া।শুভ সংখ্যা ৯


ধনু ৰাশি  -শৰীৰত বিষ বেদনা বৃদ্ধি পাব । অাপোনাৰ সম্পদ লাভ হ'ব।কিন্তু দুচকীয় বাহনৰ পৰা সাৱধান হ'ব।ব্যৱসায়ত শুভ ,প্ৰেমত জেদ বৃদ্ধি পাব।শুভ সংখ্যা ৯ শুভ ৰং হালধিয়া।


মকৰ ৰাশি -সন্তানৰ প্ৰতি চকু ৰাখক । আপোনা আজি দিনটোত অশান্তি হ'ব পাৰে।ভ্ৰমনত শুভ।হাতলৈ ধন অআহিব।ব্যৱসায়ত শুভ।প্ৰেমিক -প্ৰেমিকাৰ শুভ।শুভ ৰং হালধিয়া হ'ব।শুভ সংখ্যা ৫


 কুম্ভ ৰাশি -গৃহত অশান্তি । চাকৰিয়াল সকলৰ বাবে শুভ।বাহন চলাওতে সাৱধান হওক।প্ৰেমত বৰ শুভ নহয়।ব্যৱসায়ত ইমান ভাল নহয়। শুভ সংখ্যা ৩ শুভ ৰং সেউজীয়া।


মীন ৰাশি - পত্নী বাবে ধন খৰছ ।শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত শুভ।গৃহলৈ বন্ধু আহিব ।ব্যৱসায়ত শুভ।শুভ সংখ্যা ৪ শুভ ৰং ৰঙা।

No comments:

Post a Comment

Advertisement

Pages