লখিমপুৰত এটা হাতীদাঁতৰ টুকুৰাকে গঁড়ৰ খৰ্গ বুলি চাৰি লাখ টকাত চোৰাংকৈ বিক্ৰি কৰিবলৈ অনা এজন লোকক ইতিমধ্যে আতক কৰিছে লখিমপুৰ আৰক্ষীয়ে।জনৈক দত্ত নামৰ ধৃত লোক জনৰ পৰা প্ৰায় ১ ইঞ্চি দীঘল আৰু ১ ইঞ্চি ব্যাসাৰ্ধৰ এটা হাতীদাঁতৰ টুকুৰা জব্দ কৰিছে আৰক্ষীয়ে।এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছৰ লখিমপুৰ আৰক্ষীয়ে।
Advertisement
Friday, November 27, 2020

গঁড়ৰ খৰ্গ বুলি বকিবলৈ আনিছিল হাতীদাঁতৰ টুকুৰা:
লখিমপুৰত এটা হাতীদাঁতৰ টুকুৰাকে গঁড়ৰ খৰ্গ বুলি চাৰি লাখ টকাত চোৰাংকৈ বিক্ৰি কৰিবলৈ অনা এজন লোকক ইতিমধ্যে আতক কৰিছে লখিমপুৰ আৰক্ষীয়ে।জনৈক দত্ত নামৰ ধৃত লোক জনৰ পৰা প্ৰায় ১ ইঞ্চি দীঘল আৰু ১ ইঞ্চি ব্যাসাৰ্ধৰ এটা হাতীদাঁতৰ টুকুৰা জব্দ কৰিছে আৰক্ষীয়ে।এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছৰ লখিমপুৰ আৰক্ষীয়ে।
Tags
# news
Share This

About Social Media Journalism
news
Tags:
news
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment