📌#জুবিন গাৰ্গ : দেৱশ্ৰী আৰু তাইৰ মাকলৈ অলপ সহায়, অলপ মৰম ।
দেৱশ্ৰী হাজৰিকা : দেৱশ্ৰী হাজৰিকাই জুবিন দাক লগ কৰি মাকৰ বাবে এনেকৈ সহায় বিচাৰিছিল।( Zubeen Garg )
দেৱশ্ৰী হাজৰিকা : জুবিন দা মোৰ নাম দেৱশ্ৰী হাজৰিকা মই নগাঁৱৰ পৰা আহিছোঁ আপোনাক লগ পাবলৈ অলপ সহায় বিচাৰি মোৰ মাৰ বাবে।
জুবিন গাৰ্গ : হয় , তুমি প্ৰথমে অলপ বহি লোৱা । Rest লোৱা তাৰ পাছত কথা পাতিম আমি ।
দেৱশ্ৰী হাজৰিকা : বাৰু দাদা । দেৱশ্ৰী হাজৰিকাই অলপ সময় বহিলে।
জুবিন গাৰ্গ : অলপ সময়ৰ পাছত , এতিয়া কোৱা তোমাৰ মাৰ কি হৈছে ?
দেৱশ্ৰী হাজৰিকা : দাদা মোৰ মা তাৰাজ্যোতি হাজৰিকা কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা হাস্পতালত ভৰ্তি হৈ আছে। দাদা আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা যিমান খিনি পাৰিছোঁ সিমান খিনি কৰি গৈ আছোঁ কিন্তু দাদা এতিয়া মাৰ চিকিৎসাৰ বাবে আৰু বহু লাখ টকা আমাৰ প্ৰয়োজন গতিকে দাদা আপুনি যদি মোৰ মাৰ বাবে অলপ সহায় কৰে তেন্তে মোৰ বহুত ভাল লাগিব দাদা ।
জুবিন গাৰ্গ : তুমি চিন্তা নকৰিবা মই আছোঁ । সকলো থিক কৰি দিম । তোমাৰ মা ঠিক হৈ যাব।
দেৱশ্ৰী হাজৰিকা : 😢 thank you দাদা।
জুবিন গাৰ্গ : দেৱশ্ৰী তোমাৰ মাৰ চিকিৎসা বাবে আৰু কিমান লাখ টকা প্ৰয়োজন ?
দেৱশ্ৰী হাজৰিকা : দাদা ডক্তৰে কৈছে মাৰ বেমাৰ টো ভাল হবলৈ আৰু ২৫ লাখ টকা লাগিব বুলি ।
জুবিন গাৰ্গ : oky don't worry মই আছোঁ চিন্তা নকৰিবা সকলো থিক কৰি দিম।
জুবিন গাৰ্গ : অলপ সময়ৰ পাছত ।
জুবিন গাৰ্গ : জুবিন দাই এটা টকা বান্দুল দি দেৱশ্ৰীক কলে এইখিনি লোৱা বাকীখিনি মই manage কৰি আছোঁ don't worry ,, I'm
Alive 🙏 ( Zubeen Garg )
জুবিন গাৰ্গ : দেৱশ্ৰী তোমাৰ আৰু তোমাৰ মাৰ সকলো খিনি details মোক share কৰিবা ।
দেৱশ্ৰী হাজৰিকা : হব দাদা ।
দেৱশ্ৰী হাজৰিকা : অলপ সময়ৰ পাছত দাদা এইখিনি মোৰ আৰু মোৰ মাৰ details
জুবিন গাৰ্গ : oky
Next day
জুবিন দাই এনেকৈ লিখি #Facebook upload কৰি সহায় বিছাৰিলে ।।
দেৱশ্ৰী নগাঁৱৰ ছোৱালী। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা মেধাৱী ছোৱালী। তাইৰ মাক, তাৰাজ্যোতি হাজৰিকা কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা হাস্পতালত ভৰ্তি হৈ আছে। এই চিকিৎসা বহুত খৰচী। দেৱশ্ৰী আৰু তাইৰ পৰিয়ালে এতিয়ালৈকে যিমান পাৰে কৰিছে, কিন্তু পৰৱৰ্তী চিকিৎসাৰ বাবে প্ৰায় ২৫ লাখ টকাৰ দৰকাৰ। তেওঁলোকে মোৰ যোগেদি আপোনালোকৰ সহায় বিচাৰিছে।
জুবিন দাই Facebook ৰ জৰিয়তে মানুহক এনেকৈ সহায় বিচাৰি কথাখিনি share কৰি তাৰাজ্যোতি হাজৰিকাৰ bank details দিছিল যদিওঁ ইমান এটা সফল হোৱা নাছিল , যিমান খিনি টকা প্ৰয়োজন তাৰাজ্যোতি হাজৰিকা কৰ্কট ৰোগত আছিল সিমান খিনি টকা হোৱা নাছিল গতিকে জুবিন দাইয়ো নিজৰ ফালৰ পৰা দ্বিতীয়বাৰ বাবে কেইবা লাখ টকা দিওঁ সহায় কৰি তাৰাজ্যোতি হাজৰিকাৰ জীৱন বচাইছিল।
জীৱনত ধন সম্পত্তি থকাটো গৌৰৱৰ কথা নহয়, গৌৰৱৰ কথা তেতিয়াহে আহি পৰে — যেতিয়া সেই ধনৰে কোনোবাৰ চকুত হাঁহি আনিব পাৰি।
দেৱশ্ৰী আৰু তাইৰ মাকৰ এই যুঁজ আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে।
কেতিয়াবা জীৱনে কঠিন পৰীক্ষা দিয়ে,
কিন্তু একত্ৰিত হৃদয়ৰ মৰমেৰে
প্ৰত্যেক যুঁজ জিকিব পাৰি।
তেওঁলোকক সহায় কৰি জুবিন দাই কেৱল দান কৰা নাছিল —
ই হৈছে মানৱতাৰ প্ৰকৃত উৎসৱ।
অলপ মৰম, অলপ সহায়েৰে,
কোনোবাৰ জীৱনত পুনৰ আশা জ্বলাই তুলিব পাৰে।
মৰমেৰে — জুবিন
এই কথাখিনি এই বছৰৰ যোৱা জুলাই মাহৰ ।
#JusticeForZubeenGarg
( Zubeen Garg )


No comments:
Post a Comment