আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 13, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

২৭ শাওণ, শনিবাৰ ইং, ১৩ আগষ্ট ২০২২। ( Horoscope Today ) 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পাৱ পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালী সকলে মনত আনন্দ লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ সামান্য কৰ্ম পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, সৌভাগ্য উদয় হ'ব,লগতে আজি আপোনাৰ মনৰ আশা পূৰণ  হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হ'ব পাৰে লগতে আজি আপুনি সামান্য বেয়া সংবাদ পোৱাৰ যোগ দেখা যায়।    


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ৰাজহুৱা কৰ্মত জৰিত হ'ব পাৰিব,  আয় উপাৰ্জন বাঢ়িব, অৰ্থ আগমন হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য  বাধাৰ সন্মুখীন হোৱাৰ  যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়। ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সঞ্চয় বাঢ়িব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি  হেৰোৱা সম্পত্তি পুনৰ বিচাৰি পাৱ পাৰে, বন্ধু বাঢ়িব, লগতে আজি বিদ্যাৰ্থী সকলৰ সুনাম অৰ্জন কৰিবলৈ পাৰিব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পুলিচ প্ৰশাসনৰ লগত জৰিত ব্যক্তিসকলৰ আজি সুনাম বাঢ়িব, ধন - ধান বাঢ়িব,  সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আত্মীয় ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত প্ৰতিস্থা লাভ কৰিব, পাৰিবাৰিক দিশত শুভ হ'ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হ'ব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, প্ৰেমত সফলতা লাভ কৰিব, কৰ্মত শুভ হ'ব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য সঞ্চিত ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages