হিন্দু ধৰ্মত গুৰু পূৰ্ণমাক অত্যান্ত মহত্বপূৰ্ণ বুলি গণ্য কৰা হয়।এই দিনা দান-পূণ্য আৰু জ্যোতিষী লগত জড়িত বহু উপায় কৰা হয়।( Religious Studies )
যিয়ে আপোনাৰ আহিবলগীয়া সময় বহু সলনি কৰিব পাৰে।গুৰু পূৰ্ণিমা প্ৰতি বছৰে আহাৰ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।এই বছৰৰ গুৰু পূৰ্ণিমা-১৩জুলাই বুধবাৰে পৰিছে।এই দিনা গ্ৰহ-নক্ষত্ৰৰ হিচাপৰ দ্বাৰা বহুত মহত্বপূৰ্ণ।এই দিনা হবলগীয়া বিশেষ ৰাজযোগৰ দ্বাৰা জ্যোতিষী উপায় বহু লাভজনক হব।
কিয় পালন কৰা হয়-গুৰু পূৰ্ণিমা!
গুৰু পূৰ্ণিমাৰ পৰ্ব-১৩জুলাই বুধবাৰে পালন কৰা হব।আহাৰ মাহৰ পূৰ্ণিমাৰ দিনা মহাভাৰতৰ ৰচিয়তা মহৰ্ষি বেদ ব্যাসৰ জন্ম হৈছিল।তেওঁৰে জন্ম তিথি উপলক্ষে গুৰু পূৰ্ণিমা পালন কৰা হয়।আৰু তেওঁৰ পূজা কৰা হয়।( Religious Studies )
১৩জুলাইত পালন কৰিবলগীয়া গুৰু পূৰ্ণিমাত গ্ৰহ নক্ষত্ৰৰ হিচাপৰ দ্বাৰা বহুত মহত্বপূৰ্ণ যোগ হব।এইদিনা মংগল,বুধ,গুৰু আৰু শনিৰ স্থিতিয়ে ৰাজযোগ তৈয়াৰ হব।গুৰু পূৰ্ণিমাৰ দিনা ৰুচক,ভদ্ৰ,হাঁহ আৰু শহ নামক ৪ৰাজযোগ হব।ইয়াৰ বাহিৰেও বহু বছৰৰ পাছত-সূয্য-বুধৰ য়তি-এইদিনা বুধাদিত্য যোগো হব।
গুৰু পূৰ্ণিমা দিনা-কৰিবলগা উপায়-
গুৰু পূৰ্ণিমা দিনা-হবলগীয়া বহুতো শ্ৰেষ্ঠ যোগৰ বাবে-এইদিনা পূজা বা যিকোনো উপায় কৰাটো বহুতো ফলদায়ক হব।গুৰু গ্ৰহক শক্তিশালী কৰিবলৈ নিজৰ ইষ্ট দেৱতা আৰু নিজৰ গুৰুৰ পূজা নিশ্চয় কৰিব।এই সৰু উপায়ৰ দ্বাৰা-আপোনাৰ জীৱনত আহিবলগা বহু ডাঙৰ সমস্যাৰ সমাধান প্ৰাপ্ত হব।যেনে-হবলগীয়া কামটো হোৱা নাই,চাকৰিত উন্নতি,চাকৰিত সমস্যা,বিবাহত বাধা আদি সমস্যাৰ পৰা মুক্তি পাবলৈ গুৰু পূৰ্ণিমা দিনা পূজা আৰু দান কৰিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
No comments:
Post a Comment