২৯ আহাৰ, বৃহস্পতিবাৰ ইং, ১৪ জুলাই ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন কৰ্মত যোগাযোগ হ'ব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হ'ব লগতে আজি আপোনাৰ মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় ।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰকৃতিৰ প্ৰতি মৰম আদৰ বাঢ়িব, কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত সজাগ নহ'লে আনৰ নিন্দনিয় হোৱাৰ যোগ দেখা যায় ।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হ'ব, সামাজিক কৰ্মত জৰিত হোৱা সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত উন্নতি হোৱৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ'ব, প্ৰেমত শুভ, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হ'ব, ঘৰত বিবাহৰ আলোচনা চলিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, সামাজিক কৰ্মত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ সন্তানৰ সুখ লাভ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব, পাৰিবাৰিক দিশত শুভ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ কৰিব, কৰ্মত শুভ হ'ব, আৰ্থিক দিশত উন্নতি হ'ব, লগতে আজি আপুনি সজাগ নহ'লে সামান্য অৰ্থ আগমন হ্ৰাস হোৱাৰ যোগ দেখা যায় ।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত পদমৰ্যাদা লাভ কৰিব, কৰ্মক্ষেত্ৰত সাহস বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ নিৰ্মূল হ'ব লগতে আজি আপোনাৰ মনৰ পৰা উৎকণ্ঠা দুৰ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
( Horoscope Today )
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
No comments:
Post a Comment