আজিৰ‌ ৰাশিফল জানোঁ আহক ‌: Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 11, 2022

আজিৰ‌ ৰাশিফল জানোঁ আহক ‌: Horoscope Today

Horoscope Today


২৬ আহাৰ, সোমবাৰ  ইং, ১১ জুলাই ২০২২।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সংগীত শিল্পী সকলৰ শুভ হ'ব, যদিও আজি আপুনি মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, পুলিচ প্ৰশাসনৰ লগত জৰিত ব্যক্তিসকলৰ কৰ্মত শুভ হ'ব, লগত জৰিত আপোনাৰ মনত সুখ শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ সুযোগ লাভ কৰিব, প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।    


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত নতুন বস্ত্ৰ লাভ কৰিব পাৰে, শুভ সংবাদ লাভ কৰিব পাৰে, লগতে আজি আপুনি আনৰ পৰা প্ৰসংখা লাভ হোৱৰ যোগ দেখা যায়।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, কৰ্মত বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি নতুন বস্ত্ৰ লাভ কৰাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বেচা   কিনাত সফল হ'ব, বন্ধ লাভ হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ'ব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত সফলতা লাভ  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ কৰ্মত শুভ হ'ব, আৰ্থিক দিশত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত শুভ হ'ব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন - ধান বাঢ়িব, লগতে আজি আপুনি আনৰ পৰা সহায় সহযোগিতা লাভ    হোৱাৰ যোগ দেখা যায়।   ( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

No comments:

Post a Comment

Advertisement

Pages