আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 9, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

২৪ পুহ, ৰবিবাৰ, ইং ৯ জানুৱাৰী, ২০২২ ।( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হব, প্ৰেমত শুভ হব, শত্ৰু জয় হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৱ পাৰে।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য ব্যাঘাত  জন্মিব পাৰে   লগতে শৰীৰত সামান্য ৰোগে সামান্য কষ্ট দিব পাৰে।  


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, মনৰ চিন্তা ধাৰা উন্নত হব, মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব , কৰ্মব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  কৰ্মক্ষত্ৰত আনন্দ বাঢ়িব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ যোগ দেখা যায়।


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আপোনাৰ ঘৰলৈ  আলহীৰ আগমন হব পাৰে, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায় ।  


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, প্ৰেমত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য খৰছ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য লোকচান হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত সামান্য বিৰোধিতা সন্মুখীন হব পাৰে, মনত দু:খ পাৱ পাৰে, লগতে আজি আপুনি কৰ্মত সজাগ নহলে আনৰ অবিশ্বাসী হব পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে, আৰ্থিক ক্ষেত্ৰত শুভ হব, যদিও আজি আপুনি কৰ্মক্ষত্ৰত সজাগ  হোৱাটো ভাল হব।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages