আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 10, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

২৫ পুহ, সোমবাৰ, ইং ১০ জানুৱাৰী, ২০২২ ।( Horoscope Today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  শুভ সংবাদ লাভ কৰিব , কৰ্মক্ষত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত পৰিবৰ্তন আহিব পাৰে, সুখ বাঢ়িব , যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ হোৱাটো ভাল হব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালীৰ সকলৰ সুখ  বাঢ়িব, বেচা কিনাত শুভ হব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা য়ায।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব লগতে আজি আপোনাৰ ব্যয়   বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সজাগ নহলে কৰ্মত জতিলতা বাঢ়িব লগতে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ পাৱ। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষত্ৰত জনপ্ৰিয়তা বাঢ়িব, আৰ্থিক দিশত শুভ হব, প্ৰেত শুভ হব যদিও কিন্তু আজি আপুনি সকলো দিশৰ পৰা সজাগ হৈ থাকিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰাজহুৱা কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, সমস্যা বোৰ  সমাধান হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপমান পাৱও পাৰে। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হব, যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে যদিও আজি আপোনাৰ মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষত্ৰত বন্ধুৰ সহায় সহযোগিতা বাঢ়িব, শুভ সংবাদ লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ উৎসাহ হ্ৰাস  হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, লগতে আজি আপুনি জ্ঞান আহৰণৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages