আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 1, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

১৬ পুহ, শনিবাৰ, ইং ১ জানুৱাৰী, ২০২২।  ( Horoscope today )


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ভ্ৰমণৰ সুযোগ লাভ হব, কৰ্মক্ষত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত আনৰ সহায় সহযোগিতা লাভ  হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে, ঘৰুৱা কম বোৰত উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট পাৱ পাৰে।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্মক্ষত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা য়ায।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত শুভ হব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ  নহলে মনত সামান্য চিন্তা  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সন্দেহ ভাৱ বাঢ়িব, সামান্য ব্যয় বাঢ়িব, লগতে আজি ছাত্র ছাত্ৰী  সকলে সজাগ নহলে সামান্য কষ্ট  পোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, আয় বাঢ়িব, সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য বিবাদৰ সন্মুখীন হব পাৰে।  ( Horoscope today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত শান্তি বাঢ়িব, ধন আগমন বাঢ়িব, কৰ্মক্ষেত্ৰত সফল  হোৱাৰ যোগ দেখা যায় ।  


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ব্যস্ততা বাঢ়িব, প্ৰেমত শুভ হব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাতৃ সম ব্যক্তিৰ পৰা মনত শান্তি লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সজাগ  হোৱাটো ভাল হব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ধন বাঢ়িভ, কৰ্মত শুভ হব, সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages