বাস্তু শাস্ত্ৰৰ মতে এইসমূহ কাম মহিলাই কৰিব নালাগে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 12, 2022

বাস্তু শাস্ত্ৰৰ মতে এইসমূহ কাম মহিলাই কৰিব নালাগে: Assamese Fact

Assamese Fact

হিন্দু ধৰ্মত প্ৰত্যেক গৃহিণীকে  লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়।আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ মহিলাসকলৰ কি ভুলৰ ফলত ঘৰ বৰবাদ হৈ যায় আৰু ঘৰলৈ লক্ষ্মীৰ আগমন নঘটে। ( Assamese Fact )


ঘৰত দৰিদ্ৰতাই বাস কৰে। আপোনালোকে এটা কথা শুনিছে চাগে যে প্ৰত্যেক পুৰুষৰে সফলতাৰ লগত এগৰাকী মহিলা জড়িত হৈ থাকে। আমাৰ হিন্দু ধৰ্মত প্ৰাচীন কালৰে পৰা ঘৰৰ বোৱাৰী আৰু ছোৱালীক লক্ষ্মী বুলি ধৰা হয়। 


কোৱা হয় যে মহিলাই বিচাৰিলে ঘৰখন স্বৰ্গ কৰি তুলিব পাৰে আৰু বিচাৰিলে নৰক কৰিও তুলিব পাৰে। এতিয়া জানো আহঁক চোন সেইসমূহ কি ভুল যিবোৰ মহিলাই কৰিলে ঘৰখন নৰক হৈ পৰে। ‌ 



১. মহিলাই খাই থাকোঁতে ভৰি নচোৱাই থকাটো বহুত বেয়া কথা বুলি কোৱা হয়। এনেকুৱা ঘৰত মা লক্ষ্মীয়ে নিবাস  নকৰে।লগতে এনে কাৰ্যয়ে ঘৰত কাজিয়াৰ সৃষ্টি কৰে।


২. যিসকল মহিলাই ঝাৰুত ভৰি লগাই আৰু ঝাৰুৱে দি জীৱ-জন্তু মাৰি খেদে। তেনেকুৱা ঘৰত মা লক্ষ্মীয়ে বাস নকৰে আৰু তেওঁ ৰুস্থ হৈ পৰে। এনেকুৱা ঘৰত মানুহৰ বেমাৰ হৈয়ে থাকে। হিন্দু ধৰ্মত ঝাৰুক লক্ষ্মীৰ প্ৰতিক বুলি কোৱা হয়। সেইকাৰণে এনেকুৱা কৰিলে মা লক্ষ্মীয়ে বাস নকৰে।


৩.যিখন ঘৰত মহিলাসকলে ৰাতি লেটেৰা বাচন গেছত থৈ শুই থাকে। এনেকুৱা ঘৰত মা লক্ষ্মীয়ে বাস নকৰে।এইটো দৰিদ্ৰতাৰ এটা লক্ষণ।


৪. যিসকলে মহিলাই হেঁচা মাৰি দৰ্জা খুলে অৰ্থাৎ গায়ে দি হেঁচি খুলে বা ভৰিয়ে দি । তেনেকুৱা ঘৰলৈ মা লক্ষ্মীৰ আগমন নঘটে।


৫.যিসকল মহিলাই ঘৰৰ দুৱাৰ দলিত কিবা বস্তু খাই। তেনেকুৱা ঘৰ বৰবাদ হৈ পৰে আৰু আমাৰ শাস্ত্ৰত এইসমূহ কথা বহুত অশুভ বুলি ধৰা হয়।( Assamese Fact )


৬.সন্ধিয়া বা ৰাতি ঘৰ সাৰিলেও ঘৰখনলৈ দৰিদ্ৰতা আহে। বিশেষকৈ বৃহস্পতিবাৰৰ দিনা ঘৰ মুঁচিব নালাগে। এনেকুৱা কৰিলে বৃহস্পতি গ্ৰহ দূৰ্বল হয় আৰু বৃহস্পতি গ্ৰহ দূৰ্বল হ'লে ঘৰলৈ দৰিদ্ৰতা আহে।


৭.যিখন ঘৰৰ মহিলাই ৰাতি দেৰিকে শুই ৰাতিপুৱা দেৰিকৈ উঠে । তেনেকুৱা ঘৰত পুৰুষৰ উন্নতি নহয়।


৮.যিসকল মহিলাই বেয়া বেয়াকৈ গালি দিয়ে ,চিঞৰে, তেনেকুৱা ঘৰৰ পৰা মা লক্ষ্মী বহুত দূৰত থাকে।


৯.ৰাতিপুৱা যিখন ঘৰ সৰা বা চফা কৰা নহয় । তেনেকুৱা ঘৰলৈও মা লক্ষ্মীৰ আগমন নঘটে। সেই কাৰণে সদায় ঘৰখন চাফ-চিকুন কৰি ৰাখিব লাগে।


১০.মহিলাসকলে বিবাহৰ চিন যেনে- সেন্দুৰ, মঙ্গলশোত্ৰ ,পায়েল আদি যদি খুলি থয়। তাক বহুত অশুভ বুলি ধৰা হয়। এনেকুৱা মহিলাৰ স্বামীৰ আয়ু কমি যায় আৰু মা লক্ষ্মীয়ে এনেকুৱা ঘৰত নিবাস নকৰে।


১১.কিছুমান মহিলাই খাদ্য ৰান্ধি থাকোঁতেই খাই চাই এইটো কেতিয়াও কৰিব নালাগে। এনেকুৱা কৰিলে মা অন্নপূৰ্ণাক অপমান কৰা হয়।


১২.মাহেকীয়া হ'লে মহিলাসকলে ধৰ্ম লগত জড়িত বস্তুৰ পৰা দূৰত থাকিব লাগে। নহ'লে দেৱী দেৱতা ৰুস্থ হৈ পৰে।


১৩.মাহেকীয়া মহিলাসকলে ভাতো ৰান্ধিব নালাগে। কিন্তু আজিকালি এইটো সম্ভৱ নহয়।আগতে মানুহ একেলগে থাকে। সেই কাৰণে এঘৰতে দুই বা তিনিজনী মহিলাও থাকে। তেতিয়া সেই কাৰণে এই নিয়মসমূহ মানিব পাৰিছিল। 


কিন্তু আজিকালি বেলেগ বেলেগকে থাকে বাবে নোৱাৰা হ'ল। সেই কাৰণে এনেকুৱা দিনত খাদ্য ৰন্ধা আগত ভালকৈ গা ধুই শুদ্ধ হৈ বনাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত




No comments:

Post a Comment

Advertisement

Pages