জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 11, 2022

জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা: Assamese Fact

Assamese Fact

নিজৰ আপোন মানুহ মৃত্যু হ'লে যিমান দুখ হয় তাতকৈ বেছি সলনি হৈ গ'লে। অকলশৰীয়াকৈ থকাই ভাল মিছা প্ৰতিশ্ৰুতি আৰু মিছা মানুহৰ লগত থকাতকে। 

(Assamese Fact )


বেয়া মানুহক ক্ষমা কৰিব পাৰি। কিন্তু মুখা পিন্ধা মানুহক ক্ষমা কৰিব নোৱাৰি। মানুহ ভীৰত হেৰাই নাযায় । মানুহ তেতিয়া হেৰাই যেতিয়া সি অকলে থাকে। সকলো সম্পৰ্কৰে এটা মৰ্যদা বা সীমা থাকে। যদি সেই সীমা পাৰ হৈ যায় । তেতিয়া সেই সম্পৰ্ক শেষ হৈ পৰে। 


আজি কালি স্বাৰ্থপৰ পৃথিৱীত তেওঁলোকহে সুখত থাকে যি স্বাৰ্থপৰ। সম্পৰ্কত যেতিয়া জিদ আৰু গম্ভীৰতা আহে তেতিয়া এইবোৰ জিকি যায় আৰু  সম্পৰ্কতো হাৰি যায়। পইচা থাকিলে আপুনি সকলোৰে বাবে প্ৰয়োজনীয় হৈ পৰিব। অকলে আগবাঢ়ি গৈ সফলতা অৰ্জন কৰক কাৰণ আজিকালি কাৰোবাৰ লগ বিচাৰিলে আপোনাক বহুতে বিশ্বাস ঘাটকতাও কৰিব পাৰে। 


সন্মান কৰক কিন্তু ইমানো নহয় যে কোনেও আপোনাক সন্মান নকৰা হয়। কিছুমান ভুল ক্ষমা কৰি দিয়াটোও আপোনালোকৰ বাবে বহুত ডাঙৰ ভুল হৈ পৰিব পাৰে। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল নহ'ল নিজতকৈ বেছি আনক গুৰুত্ব দিয়া। কাৰণ আজিকালি কিছুমান মানুহ মুখে ভাল ,মিঠা ।কিন্তু ভিতৰি বেয়া আৰু আপোনাক কেনেকৈ শূল বিন্ধিব পাৰি‌ তাকে চাই থাকে। 


বিশ্বাস তাতহে থাকে য'ত বিশ্বাস ভঙাৰ ভয় নাথাকে ।ইনেইটো মানুহে বহুত মানুহ লগ পায়। কিছুমান মানুহে কয় মই বহুত জিদ কৰোঁ ।কিন্তু চোৱা তোমাৰ সকলো কথা শুনো। যিটো আপোনালোকৰ হৃদয়ে আপোন কৰিব নোৱাৰে সেই বস্তুটো আপোনাৰ কেতিয়াও নহয়। এই কথাটো তেতিয়াও মনত ৰাখিব যেতিয়া আপোনালোক জীৱনত কেতিয়াবা হাৰি যাব।


 ভগৱানে ইনেও গম পায় আপুনি কি অৱস্থাত আছে। কেতিয়াবা কিছুমান কথা নজনাকে থকাই ভাল নহ'লেবা বহুত কষ্ট হয়। জীৱনত কিবা এৰিব বিচাৰে যদি আনৰ ওপৰত আশা কৰিবলৈ এৰি দিয়ক। তেতিয়াহে সুখত থাকিব পাৰিব। জীৱনলৈ কোনোবা মানুহ অহাটোও এটা কাৰণ থাকে। 


কিছুমানে তোমাক জুখি চাব আৰু কিছুমানে তোমাক শিকাব।কিছুমানে তোমাক ব্যৱহাৰ কৰিব আৰু কিছুমানে তোমাক জীৱনৰ মহত্ব কি শিকাব। জীৱনত কষ্ট বা সমস্যা যিমানে ন'হক কিয় ভাবিলে বা চিন্তা কৰিলে সেই সমস্যাবোৰ আৰু বাঢ়ি যায়। অপেক্ষা কৰক সমস্যা এদিন ইনেও নাইকীয়া হ'ব। 


জীৱনত পোৱা অনুভৱে এটা কথা শিকাই যে আপোনালোকে সিমানহে মানুহৰ লগত মিলক যিমান তেওঁ মিলিবলৈ চাই। প্ৰেম আৰু মিত্ৰতা মনৰ পৰা কৰা হয় স্বাৰ্থ সংযোগ কৰি কৰা নহয়। জীৱনত দুটা বস্তু ভাগিবলৈয়ে থাকে । এটা উশাহ আৰু আনটো আনৰ লগ।


 উশাহ নাইকীয়া হ'লে মানুহ এবাৰ মৰে। কিন্তু লগ হেৰাই গ'লে মানুহ বাৰে বাৰে মৰে। আজিকালি মানুহবোৰ  এনেকুৱা হৈ পৰিছে যে মিছা কথা বেয়া পায় ।কিন্তু কোনোও সঁচা কথাও নকয়। কেতিয়াও নিজৰ উন্নতিত অহংকাৰ নকৰিবা কাৰণ তললৈ নামি আহিবলৈ বেছি সয়ম নালাগে। ( Assamese Fact )


বাহিৰত যিমান কষ্ট সন্মুখীন হ'লেও মানুহে ভিতৰি ভাগৰি যাব নালাগে। কিছুমান সম্পৰ্ক ভাঙিবলৈ ভুল কৰা প্ৰয়োজন নাই স্বাৰ্থ সম্পূৰ্ণ হ'লে নিজেই ভাগি যায়। কোনোবাই এবাৰ যদি সম্পৰ্ক বচাই ৰাখিবলৈ তল পৰি দিয়ে ইজনে ভাৱে সি বা তাই বাৰে বাৰে আৰু সদায় তল পৰিব। সন্মুখত মিঠা মিঠা কথা আৰু পাছত কাম বেয়া কৰা মিত্ৰৰ পৰা দূৰত থাকিব লাগে। 


সপোন এটা দেখিব কিন্তু সম্পূৰ্ণ হ'বলৈ বহুত কষ্টৰ সন্মুখীন হ'ব লাগে। কিন্তু সেই সফলতা বহুত ডাঙৰ হ'ব যিটো আপোনালোকে কষ্টৰ সন্মুখীন হৈ অৰ্জন কৰিব। উন্নতি শিৰ্ষৰলৈ সিহে যাব পাৰে যি প্ৰতিশোধ নহয় পৰিবৰ্তনক মানি চলে।যিজন ব্যক্তিৰ ভাব চিন্তা আৰু ব্যৱহাৰ ভাল, স্বভাৱ ভাল । সেইজন ব্যক্তিক ভগৱানে সহায় কৰে।


কলিযুগত মানুহে নিজৰ দুখতকৈ বেছি আনৰ সুখত জ্বলে।সময়ৰ লগত সলনি হ'ব লাগে। কাৰণ সময়ে সলনি হ'ব শিকাই ৰ'বলৈ নিশিকাই। এজন ব্যক্তিক যদি নিজৰ আপোন মানুহে বিশ্বাসঘাটকতা কৰে সি তেতিয়া দ্বিতীয় বাৰ আনক বিশ্বাস কৰিবলৈ বহুত বাৰ ভাবিব।মনত ৰাখিব জীৱনটো সুখৰ নহয় তাক সুখৰ কৰি তুলিব লাগে।


 ভগৱানে যদি আপোনাৰ পৰা সেইটো লৈ ল'লে যি বা যাক হেৰুৱাৰ আপুনি কল্পনা কৰিব নোৱাৰে। তেতিয়া ভগৱানে এনেকুৱা কিবা দিব যিটো পোৱা আশাও আপুনি কৰা নাছিলে। সকলোকে ভাল বুলি নাভাবিব কাৰণে কিছুমান বাহিৰত যেনেকুৱা ভিতৰি তেনেকুৱা নহয়।


মিছা কথা কিমান অদ্ভূত ন। কিছুমানে নিজেই ক'লে ভাল আৰু আন ক'লে খঙ কৰে। জীৱনত কঠিনতা আহিলে ভয় নকৰিব। কাৰণ কঠিন অভিনয় সদায় ভাল Actor কহে দিয়া হয়। কিমান অদ্ভূত এই পৃথিৱী ইয়াত মিছা নহয় স‍ঁচা ক'লেহে সম্পৰ্ক ভাগি যায়।


আমি বহুতে সদায় ভুল মানুহক বাচি লওঁ আৰু পাছত যেতিয়া ভাল বা শুদ্ধ মানুহ পাওঁ তেতিয়া আমি বিশ্বাস কৰিবলৈয়ে এৰি দিওঁ। ভাল বন্ধু সেইজনহে যি সুখত নাথাকিলেও দুখত সদায় থাকে। 


যিসকলৰ হৃদয়খন ভাল বুদ্ধিমান মানুহে তেওঁলোকক যিমানে পাৰে সিমান ব্যৱহাৰ কৰে। যি মানুহজনে তোমাক সময় দিয়াটো প্ৰয়োজনীয় বুলি নাভাবে।সেই মানুহজনে তোমাক লগ কি দিব । কষ্ট সহি সহি মানুহ সেই ঠাই আহি পায় য'ত সি বা তাই নতুন কষ্ট পালেও সৰু বুলি ভাবে। 


সময় সলনি হ'লে খেল নহয় মানুহৰ জীৱন সলনি কৰি দিয়ে। কোনোবাই যদি তোমাৰ সকলো সময়তে লগ দিয়ে তাকো তুমি লগ দিয়া ।কেতিয়াবা প্ৰেম আধৰুৱা হৈ ৰয় কিন্তু বৰবাদ সম্পূৰ্ণ হৈ পৰে। 


আজিকালি নাইটো কাৰোবাৰ লগত কাজিয়া বা তৰ্ক কৰি লাভ আছে নাইটো কাৰোবাক বুজাই লাভ আছে। প্ৰেমক কেতিয়াও টকা-পইচাৰ দগা পালাত নুজুখিব। কাৰণ প্ৰেম মন আৰু হৃদয় চাই কৰা হয়।টকা-পইচা চাই নহয়। যি প্ৰেম হৃদয় চাই কৰা নহয় সেই প্ৰেম সঁচা প্ৰেম নহয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত






No comments:

Post a Comment

Advertisement

Pages