কাইলৈ কি হ'ব কোনেও নাজানে।অকল ভগৱানেহে জানে সেই কাৰণে কাইলৈ যি হ'ব আমি তাতে মান্তি হ'ম বা তাকে মানি লম। (Assamese Fact )
বৰ্তমানত মানুহে সুখত থাকিব লাগে কাইলৈ যি হ'ব দেখা যাব। কিন্তু মানুহে কাইলৈ কি হ'ব ভাবি চিন্তা কৰি থাকে।কালি কোনে দেখিছে। তেতিয়া আজিয়ে আমি কিয় কান্দিব লাগে। কাইলৈ থাকিব নে নাথাকিব কোনে জানে কিন্তু আজিটো আছোঁ বা আছে। সেই কাৰণে আজি দিনটো কাইলৈ কথা ভাবি ইনেই যাবলৈ নিদিব।আজিয়ে যি মন কৰক। কাইলৈ যি হ'ব দেখা যাব।কাইলৈ কি হ'ব ভাবি আজি নাখাই থাকিলে হ'ব জানো।
কাইলৈৰ দিনটো আহিছে জানো । বহুত মানুহে কাইলৈ কি হ'ব ভাবি আজিৰ দিনটো নষ্ট কৰিছে। পিতামহ ভীষ্ময়ে মহাভাৰতত প্ৰতিজ্ঞা কৰিছিল যে কাইলৈ যুদ্ধত মই পাণ্ডৱক মাৰি পেলাম নহ'লেবা মই মৰি যাম।কাইলৈৰ যুদ্ধ মোৰ বা পাণ্ডৱ কাৰোবাৰ বাবে অন্তিম যুদ্ধ হ'ব। যুদ্ধৰ ৯ দিন পাৰ হৈ যোৱাৰ পাছত এনেকে ক'লে।তাৰ পাছত হাহাকাৰ লাগি গ'ল এতিয়াটো যুদ্ধ শেষ হৈ যাব কাৰণ সকলোৱে ভাবিছিল পিতামহ ভীষ্মৰ লগত পাণ্ডৱ হাৰি থাকিব। পাণ্ডৱৰ মাজত হাহাকাৰ লাগি গ'ল কিন্তু অৰ্জুনে আৰামত ভৰি লৰাই শুই আছিল।
তেতিয়াই ভগৱান কৃষ্ণ আহিলে আৰু ক'লে-অৰ্জুন উঠা। অৰ্জুনে সুধিলে-কি হ'ল? তুমি কিবা জানানে কাইলৈ পিতামহ ভীষ্ময়ে অন্তিম যুদ্ধ কৰিব কাইলৈ তোমালোকক মাৰি পেলাব। তেতিয়া অৰ্জুনে ক'লে- প্ৰভু কাইলৈহে মাৰিব কাইলৈৰ মৰি যাম আজি টোপনি ধৰিছে এতিয়া আপুনিও শুই লওঁক। ভগৱানে ক'লে- এনেকৈ নহয় তোমালোকে যুদ্ধ কৰিছা কাইলৈৰ বাবে কিবা ৰন নীতি বনোৱা এনেকে নহ'ব। তেতিয়া অৰ্জুনে ক'লে- প্ৰভু আপোনাৰ চৰণত মূৰ দোৱাই দিলোঁ আৰু মই এতিয়া নিচিন্ত এতিয়া আপুনি ভাবক কেনেকৈ কৰিব লাগিব আমি কি ভাবিম আমিটো এতিয়া আপোনাৰ। আমাক এইবোৰত কিয় সোমোৱাইছে আপুনিয়ে ভাবক কি কৰিব লাগে আমাক এতিয়া আৰাম কৰিবলৈ দিয়ক। (Assamese Fact )
কাইলৈ কি হ'ব ভাবি আজি দিনটো নষ্ট নকৰিবা। উদাহৰণস্বৰূপে -আপোনাৰ বিয়া দিব পৰা ছোৱালী আছে আপুনি যদি সদায় ভাবি থাকে হেই ভগৱান ভাল ল'ৰা কেনেকৈ পাম,পইচা হ'ব নে নহ'ব।এইবোৰ কৰি লাভ নাই। আপোনালোক কোন তাইক বিয়া পাতি দিবলৈ।সময় আহিলে ভগৱানে ইনেও কৰিব ।সময়ৰ আগত কেতিয়াও একো নহয়। সেই কাৰণে চিন্তা নকৰিব সময় আহিলে সকলো হৈ যাব। সেইহে নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিয়ক তাৰ পাছত কি কৰিব লাগে ভগৱানে জানে আৰু ভগৱানে কৰিব।
এটা সৰু ল'ৰাই কাৰোবাৰ কোচত যদি মূৰ থৈ শুৱে তেতিয়া তাৰ দায়িত্ব কাৰ সেই ব্যক্তিজনৰ ন যাৰ
কোচত সি মূৰ থৈ শুইছে।হয়নে নহয়?যেতিয়া আপোনালোকে নিজৰ মূৰ ভগৱানৰ কোচত থব সেইদিনা আপোনালোকেও নিচিন্ত হৈ শুব পাৰিব। তেতিয়া ভগৱানে আপোনালোকৰ ৰক্ষা কৰিব । কিন্তু আমাৰ এটা সমস্যা আছে আমি গোটেই জীৱন নিজৰ মূৰতো ভগৱানৰ কোচত থব নোৱাৰোঁ। অৰ্থাৎ আত্মসমৰ্পন কৰিব নোৱাৰোঁ। কাইলৈ কি হ'ব কোনেও নাজানে। সেই কাৰণে কাইলৈৰ চিন্তা কৰি আমি কান্দো কিয়।
যি ক্ষণত হাঁহিব পাৰে সেই ক্ষণবোৰত কান্দিব কিয়। মৃত্যু আহিলে মৰি যাম কিন্তু মৰা আগত মৰিম বুলি ভয় কিহৰ। কান্দি ও লাভ নাই যি হ'ব লগা আছে হ'বয়ে। কপালৰ লিখা মুচ খাই নাযায় যি হ'ব লগা আছে হ'বয়ে। সেই কাৰণে প্ৰসন্ন আৰু হাঁহি মাতি থাকিবলৈ চেষ্টা কৰক। মৃত্যু আহিল যদি বাহিৰত ৰৈ থাকে তেতিয়া ক'ব পাৰে যাতে বাহিৰত কি কৰিছা ভিতৰলৈ আহা মই ভিতৰত আছোঁ।ৰাম বনবাসলে যাওঁতে দশৰথে যাবলৈ মনা কৰি কান্দিছিল। কিন্তু কি হ'ল কান্দি লাভ নাই যি হ'ব লগা আছে হ'বয়ে। সেই কাৰণে ভগৱানৰ চিন্তা কৰিব লাগে । তেতিয়াহে আপোনালোকৰ জীৱনটো সুখেৰে ভৰি পৰিব আৰু আপুনি মৰিলে স্বৰ্গত স্থান পাব। নহ'লেবা সদায় সংসাৰতে সোমাই থাকি যুঁজি থাকিব লাগিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment