আমলখিত আছে এই সমূহ উষধি গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 26, 2021

আমলখিত আছে এই সমূহ উষধি গুণ : Assamese Health Tips

 

Assamese Health Tips

যিদিনাৰ পৰা আপুনি আঞ্জাত আমলখি দিব আৰম্ভ কৰিব , সেইদিনাৰ পৰাই আপোনাৰ ঘৰত মেডিকেলৰ  খৰচ 80% কমি যাব ।( Assamese Health Tips )


অতীতত আঞ্জা টেঙা কৰিবলৈ  আঞ্জাত আমলখি দিয়া হৈছিল ।  আমলখি নিয়মীয়াকৈ খোৱা মানুহৰ হাড় মহৰ্ষি দধিছিৰ নিচিনা শক্তিশালী হৈ উঠে । ই খাদ্য বস্তু শুদ্ধি কৰি পাচন শক্তি বঢ়াই দিয়াৰ উপৰিও আমাৰ পাঁচনতন্ত্ৰ শক্তিশালী কৰে  ।ই দৃষ্টিশক্তি বঢ়ায় ।কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় । শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তি বঢ়ায় ।। চাল উজ্জল কৰে । ওজন কম কৰে । ( Assamese Health Tips )


  ₹120 টকা কিলোঁ বিলাহী কিনি খোৱাতকৈ 40-50 টকা কিলোঁ আমলখি কিনি খোৱাটো বেছি উপকাৰী । আমলখি টেঙা , কেঁহা , মিঠা , খাৰুৱা আদি আটাইবোৰ সোৱাদ থকা বাবে ই খাদ্যৰ সোৱাদ বঢ়াই দিয়ে । আমলখিৰ বতৰৰ সময়ত কেঁচা আমলখি 3-4 টা থেতেলী আঞ্জাত দিব পাৰে । আমলখি নোপোৱা হলে শুকান আমলখি দিব পাৰে । আমলখি মাছৰ আঞ্জাত দিওঁ খাব পৰা যায় ।


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।  ( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages