শাওণৰ শেষৰটো সোমবাৰত এই নিয়ম কৰিলে বৃদ্ধি পাব ধন-সম্পত্তি :Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 9, 2021

শাওণৰ শেষৰটো সোমবাৰত এই নিয়ম কৰিলে বৃদ্ধি পাব ধন-সম্পত্তি :Religious Studies

Religious Studies

শাওণ মাহৰ শেষৰ সোমবাৰে যদি কৰে, এই উপায়, তেন্তে আপোনাৰ জীৱনত অহা বাধাৰ পৰা ৰক্ষা পাব( Religious Studies )। তথা আপোনাৰ আৰ্থিক উন্নতি ঘটিব। তথা সকলো প্ৰকাৰৰ আৰ্থিক সমস্যা দূৰ হব। 

Religious Studies

শাওণ মাহৰ শেষৰ সোমবাৰে যদি এই উপায় সমূহৰ ভিতৰত এটা উপায় কৰে, তেন্তে ভগৱান শিৱৰ অশেষ কৃপাত আপোনাৰ ভাগ্য সলনি হব। টকা পইচাৰ কোনো অভাৱ নহব। 

গতিকে এতিয়া সেই উপায় সমূহ জানো আহক-


১/ যাৰ লগত ধন নাথাকে, টকাৰ অভাৱত থাকে, তেনে ব্যক্তিয়ে শাওণ মাহৰ শেষৰ সোমবাৰত শিৱ লিংগত এমুঠি চাউল অৰ্পণ কৰা উচিত। এনে কৰিলে আৰ্থিক সংকট দূৰ হয়। 


২/ যি বাহন ক্ৰয় কৰাৰ আশা কৰি আছে, তেনে লোকে, শাওণ মাহৰ শেষৰ সোমবাৰে, মহাদেৱক চামেলি পুষ্প অৰ্পণ কৰা উচিত। 


৩/ যাত সন্তান প্ৰাপ্তিৰ ইচ্ছা কৰে, তেওঁলোকে শাওণ মাহৰ শেষৰ সোমবাৰে শিৱ লিংগত ঘেঁহু অৰ্পণ কৰা উচিত। এই কাৰ্য্য স্বামী স্ত্রীয়ে একেলগে কৰিব লাগে। ( Religious Studies )


৪/ যি ব্যক্তিয়ে গোটেই শাওণ মাহত, মহাদেৱক বেলপাত অৰ্পণ কৰিব নোঁৱাৰিলে, তেওঁলোকে শাওণ মাহৰ অন্তিমটি সোমবাৰে ৩০খিলা বা ৩১খিলা বেলপাত লৈ, মহাদেৱক ধ্যান কৰি শিৱ লিংগত অৰ্পণ কৰক। ইয়াৰদ্বাৰ সম্পূর্ণ শাওণ মাহৰ ফল প্ৰাপ্ত কৰিব। 


৫/ ধন, ধান প্ৰাপ্তি বাবে শিৱ লিংগত কুহিঁয়াৰ ৰস অৰ্পণ কৰা উচিত। ইয়াৰদ্বাৰ সকলো ইচ্ছা পূৰ্ণ হয়। 


৬/ মুক্তি প্ৰাপ্তি বাবে, শিৱ লিংগত গংগা জল অৰ্পণ কৰা শুভ মনা হয়। 


৭/ মনে বিচৰা চাকৰি পাবৰ হলে, শাওণ মাহৰ শেষৰ সোমবাৰে, শিৱ মন্দিৰত পায়সৰ ভোগ দিয়ক, লগতে ভক্তক প্ৰসাদ দিয়ক। ইয়াৰদ্বাৰ শুভ ফল প্ৰাপ্ত কৰা হয়।।(কথাখিনি সংগ্ৰহিত)

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages