প্ৰিয় পাঠক সকল, আপোনালোক সকলোকে স্বাগত জনাইছোঁ।
আজি আমি কেইটামান কুইজ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ( Assamese Quiz )। ইয়াৰ মূল্যাংকন আপোনালোকে নিজেই নিজৰ কাৰণে কৰিব। আপোনালোকে কেইটা উত্তৰ শুদ্ধকৈ কৰিব পাৰে আমাক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ।✍️
📜প্ৰশ্ন উত্তৰ-
১. চন্দ্ৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে?
ক. ৮ মিনিট।
খ. ৮ ছেকেণ্ড।
গ. ১ ছেকেণ্ড।
ঘ.১০০ ছেকেণ্ড।
২. সূৰ্য্যৰ পোহৰ পৃথিৱীলৈ আহিবলৈ কিমান সময় লাগে?
ক. ৮ মিনিট।
খ. ২ মিনিট।
গ.৬ মিনিট।য
ঘ. ৪ মিনিট।
৩. পোহৰ গঠিত হোৱা সৰু সৰু কণিকা বিলাকক কি বুলি কয়?
ক. পৰমাণু।
খ. নিউট্ৰন।
গ. প্ৰটন।
ঘ. ফটন।
৪. পোহৰ তৰংগ কেনেকুৱা প্ৰকাৰৰ তৰংগ ?
ক. অনুপ্ৰস্থ তৰংগ।
খ. অনুদুঘ্য তৰংগ।
গ. ওপৰৰ এটা ও নহয়।
ঘ. ওপৰৰ দুইটা।
৫. পোহৰ তৰংগ সিধান্তটো কোনে প্ৰতিষ্ঠা কৰিছিল?
ক. নিউটন ।
খ. হায়গেঞ্চ ।
গ. প্লাঙ্ক ।
ঘ. ফেৰাদে ।
৬. নিমলিখিত কেইটাৰ ভিতৰত কোনটো ঘটনাই এইটো নিৰ্ণয় লোৱাত সহায় কৰে যে পোহৰ অনুপ্রস্থ তৰংগ?
ক. ব্যক্তিকৰণ।
খ. বিবৰ্তন।
গ. ধ্ৰুবিকৰণ বা পলাৰাইছেচন।
ঘ. অপৰ্বতন।
৭. পোহৰৰ বিদ্যুৎ চুম্বকীয় ৰূপটো কোনে বিচাৰি উলাইছিল?
ক. স্নেল।
খ. নিউটন।
গ. মেক্সৱেল।
ঘ. ইউং।
৮. কোনে সৰ্বপ্ৰথম এইটো দেখিছিল যে পোহৰৰ তৰংগৰ বিবৰ্তন থাকে?( Assamese Quiz )
ক. গ্ৰেমাল্ডি।
খ. ইউঙ।
গ. মেক্সৱেল।
ঘ.অকালট্।
৯.পোহৰৰ বিদ্যুত প্ৰভাৱ ৰ প্ৰতি পাদন কৰিছিল...
ক. কম্পটন ।
খ. মেক্সৱেল।
গ. আইনষ্টাইন।
ঘ. নিউটন।
১০. নিম্নলিখিত কেইটাৰ কোনটো ঘটনা পোহৰ আৰু ধ্বনি দুয়োটাতে নঘটে?
ক. বিবৰ্তন।
খ. ধ্ৰুবন।
গ. পৰাবৰ্তন।
ঘ. অপৰ্বৰ্তন।
এতিয়া উত্তৰ সমূহ আপোনালোকৰ মাজত আগবঢ়াইছোঁ ।সকলোৱে কিমান পাৰিলে জনাবলৈ নাপাহৰিব আকৌ দেই!!
উত্তৰ ১/ ১ ছেকেণ্ড
উত্তৰ ২/ ৮ মিনিট
উত্তৰ ৩/ ফটন
উত্তৰ ৪/ অনুপ্ৰস্থ তৰংগ
উত্তৰ ৫/ হায়গেঞ্চ
উত্তৰ ৬/ ধ্রুবিকৰণ
উত্তৰ ৭/ মেক্সৱেল
উত্তৰ ৮/ গীমাল্ডি
উত্তৰ ৯/ আইনষ্টাইন
উত্তৰ ১০/ ধ্ৰুৱন
আমাৰ কুইজ ইমানতে সামৰণি হৈছে।
ধন্যবাদ।।🙏🏻
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment