বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উচ্ছ প্ৰশংসা : News update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 4, 2021

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উচ্ছ প্ৰশংসা : News update

News update

"নিজৰ কৰ্তব্যপৰায়নতা আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধতাৰ উত্তম নিদৰ্শন দেখুৱালে অসম আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা নলবাৰী আৰক্ষীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি নলবাৰী-হাজো সংযোগী পথৰ মুগকুছিত গৰু চোৰৰ দলৰ লগত মুখামুখিকৈ হোৱা গুলীচালনাৰ প্ৰত্যুত্তৰ দি সাহসেৰে কৰায়ত্ত কৰিলে তিনি দুধৰ্ষ চোৰক। (News update)


অভিযানকাৰী দলটোত থকা নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক তপন কলিতা, নগৰীয়া শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰী আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক ভাস্কৰমল্ল পাটোৱাৰী লগতে সকলো বিষয়া-জোৱানক অভিনন্দন জ্ঞাপন কৰিছো । লগতে অনাগত দিনত এনেদৰে সমাজৰ অপ-শক্তি বিৰুদ্ধে যুঁজ দিবৰ বাবে সকলোকে শক্তিশালী কৰি তোলক তাৰে কামনা কৰিলোঁ ।" - দিলীপ শইকীয়া (ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, বিজেপি )

News update

(News update)


No comments:

Post a Comment

Advertisement

Pages