১৯ জেঠ , বৃহস্পতিবাৰ ,ইং ৩ জুন,২০২১। ( Horoscope Today )
![]() |
| মেষ |
![]() |
| বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও সজাগ নহলে সামান্য কৰ্ম স্থান পৰিৱৰ্তন হব পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, ৰোগাৰোগ্য হব, লগতে কৰ্মত আনৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
| কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, যদিও স্বাস্থ্যৰ পতি সজাগ হব লগতে যান ৱাহনৰ পৰা সজাগ হব।
![]() |
| কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত আনৰ সহায় লাভ হব, লগতে ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
![]() |
| তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, প্ৰেম আৰু কৰ্মত শুভ হব যদিও স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।
![]() |
| বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য আত্মগ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত সমস্যাৰ সমাধান হব, ধন সন্মান লাভ হব যদিও আজি সিদ্ধান্ত গ্ৰহণত সজাগ হোৱাটো ভাল ।
![]() |
| মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত খেতিয়ক সকলৰ সামান্য জতিলতা আহিব পাৰে, সামান্য খৰছ বৃদ্ধি হব, যদিও ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
| মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও সামান্য খৰছ বাঢ়িব পাৰে লগতে সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page















No comments:
Post a Comment