১৩আহাৰ ,সোমবাৰ ,ইং ২৮জুন,২০২১। ( Horoscope Today )
![]() |
| মেষ |
![]() |
| বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ছোৱালী সকলে মনত সামান্য দু:খ পাল পাৰে, আলহীৰ আগমন হব পাৰে, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
| কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম শুভ হব, কৰ্মত আনৰ সহায় লাভ হব, লগতে কৰ্মত দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| সিংহ |
৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, ধন সঞ্চয় হব, যদিও সজাগ নহলে মনত সামান্য অশান্তি হোৱাৰ যোগ দেখা যায়।
![]() |
| কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, কৰ্মত যশস্যা লাভ হব যদিও সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, বন্ধুৰ আগমন হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
![]() |
| বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ যোগাযোগ হব,লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত সন্মান বৃদ্ধি হব, মনৰ উৎসাহ বাঢ়িব, যদিও সজাগ নহলে সামান্য বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায় ।
![]() |
| মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, মনৰ আনন্দ বাঢ়িব, যদিও সজাগ নহলে মনৰ আশাৰ ভংগ হোৱাৰ যোগ দেখা যায়।
![]() |
| কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত পৰিশ্ৰম বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু হানি হব পাৰে, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page















No comments:
Post a Comment