আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 17, 2021

আজিৰ ৰাশিফল : Horoscope Today

Horoscope in Assamese

 

  ২আহাৰ , বৃহস্পতিবাৰ ,ইং ১৭জুন,২০২১।  ( Horoscope Today )

Horoscope Today
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হব, লগতে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

Horoscope Today
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত আনন্দ বাঢ়িব, শুভ কৰ্মলৈ মনোনিবেশ বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



Horoscope Today
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, লগতে  সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।


Horoscope Today

Horoscope Today
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফল হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পৰে লগতে আজি সকলো দিশতে সজাগ হোৱাটো ভাল।



Horoscope Today
সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে মনত সামান্য অভিমান আৰু খংভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সন্মান বাঢ়িব, শুভ সংবাদ লাভ হব, যদিও শৰীৰত সামান্য এলাহ ভাৱ  বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।

Horoscope Today


Horoscope Today
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  সুখ বৃদ্ধি হব, মনত সাহস বাঢ়িব, লগতে কৰ্মত বন্ধুৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়। 



Horoscope Today
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, প্ৰিয় ব্যক্তিৰ আগমন হব, লগতে বন্ধু লাভ   হোৱাৰ যোগ দেখা যায়।


Horoscope Today
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ধন সন্মান লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য বিৰোধিতা ৰ সন্মুখীন হব পাৰে লগতে লগতে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায় ।

Horoscope Today


Horoscope Today
মকৰ

১০.  মকৰ ৰাশি  -  মকৰৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সুলভ মনোভাৱ বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।


Horoscope Today
কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত উন্নতি হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।


Horoscope Today
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহলে সামান্য ধনৰ নাটনি হব পাৰে লগতে কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে আজি সকলো দিশতে সজাগ থাকিব। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages